ETV Bharat / state

কলগাছিয়াত আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি - কলগাছিয়া গাঁও পঞ্চায়ত

কলগাছিয়াত স্মাৰ্ট আধাৰ কাৰ্ড বনোৱাৰ নামত ৰাইজৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ ঘটনা পোহৰলৈ আহিছে। প্ৰতিখন আধাৰ কাৰ্ড বনোৱাৰ বাবদ ৰাইজৰ পৰা ২০০ৰ পৰা ৩০০ টকা পৰ্যন্ত সংগ্ৰহ কৰি আহিছে কৰ্মচাৰী সকলে।

আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি
আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি
author img

By

Published : Jan 21, 2020, 2:00 PM IST

কলগাছিয়া, 21 জানুৱাৰীঃ বৰপেটা জিলাৰ কলগাছিয়া গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগণত স্মাৰ্ট আধাৰ কাৰ্ড বনোৱাৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন উঠিছে কৰ্মচাৰীসকলৰ ওপৰত ৷ কলগাছিয়া গাঁও পঞ্চায়তত চলি থকা প্ৰতিখন আধাৰ কাৰ্ড বনোৱাৰ বাবদ ৰাইজৰ পৰা ২০০ৰ পৰা ৩০০ টকা পৰ্যন্ত সংগ্ৰহ কৰি আহিছে কৰ্মচাৰী সকলে ৷ উল্লেখ্য যে,নয়ন জ্যোতি তালুকদাৰ নামৰ এজন ব্যক্তিৰ অধীনত আধাৰ কাৰ্ডৰ কাম চলি আছে যদিও নিয়োজিত কৰ্মচাৰীসকলে ৰাইজৰ পৰা চলাহী কথাৰে ধন আদায় কৰি দুৰ্নীতি সংঘটিত কৰি আহিছে বুলি অভিযোগ কৰে ভুক্তভোগী ৰাইজে ৷ যাৰ ফলত অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ আনহাতে একাংশ লোকৰ পৰা টকা লোৱাৰ দৃশ্য ইতিমধ্যে বন্দী কেমেৰাত বন্দী হৈছে ।

আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি

লগতে পঢ়কঃ তিতাবৰ বৰহোলাত অবৈধ অস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ

Intro:slug: as_jania_21jan_kalgachia_aadhar_card_corruption_vis2+byt4+pho1_spl_story_asc10058

Anchor: কলগাছিয়াত স্মাৰ্ট আধাৰ কাৰ্ড বনোৱাৰ নামত ৰাইজৰ পৰা অবৈধ ভাৱে ধন সংগ্ৰহ। প্ৰতিখন আধাৰ কাৰ্ড বনোৱাৰ বাবদ ৰাইজৰ পৰা ২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত সংগ্ৰহ কৰি আহিছে কৰ্মচাৰী সকলে। আনহাতে কৰ্মচাৰী সকলে অতিৰিক্ত সময় কাম কৰাৰ বাবে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ঘটনাক কেন্দ্ৰকৰি ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। এই সন্দৰ্ভত চাওক আমাৰ এক ৰিপোৰ্ট -Body:slug: as_jania_21jan_kalgachia_aadhar_card_corruption_vis2+byt4+pho1_spl_story_asc10058

VO: বৰপেটা জিলাৰ কলগাছিয়া গাও পঞ্চায়তৰ কাৰ্যালয় প্ৰাঙ্গনত স্মাৰ্ট আধাৰ কাৰ্ড বনোৱাৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে ভোক্তভোগী ৰাইজে ৷ কলগাছিয়া গাঁও পঞ্চায়তত চলি থকা প্ৰতিখন আধাৰ কাৰ্ড বনোৱাৰ বাবদ ৰাইজৰ পৰা ২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত অবৈধ ভাৱে সংগ্ৰহ কৰি আহিছে কৰ্মচাৰী সকলে ৷ আধাৰ কাৰ্ডৰ কাম নয়ন জ্যোতি তালুকদাৰ নামৰ এজন ব্যাক্তিৰ অধীনত চলি আছে যদিও নিয়োজিত কৰ্মচাৰী সকলে ৰাইজৰ পৰা চলাহী কথাৰে ধন আদায় কৰি দুৰ্নীতি সংঘটিত কৰি আহিছে ৷ যাৰ ফলত অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ আনহাতে একাংশ লোকৰ পৰা পইছা লোৱা দৃশ্য কেমেৰাত বন্দী হৈছে।

Special Package StoryConclusion:slug: as_jania_21jan_kalgachia_aadhar_card_corruption_vis2+byt4+pho1_spl_story_asc10058

Byt: কৰ্মচাৰী, ভুক্তভোগী ৰাইজ আৰু সচেতন ব্যক্তি।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Special Package Story
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.