ETV Bharat / state

অন্ধবিশ্বাস !! দৈৱজ্ঞৰ বিধান অনুসৰি দুবাৰকৈ মনোনয়ন দাখিল কুমাৰ দীপক দাসৰ

author img

By

Published : Apr 4, 2019, 5:19 AM IST

Updated : Apr 4, 2019, 9:10 AM IST

নিৰ্বাচনৰ পূৰ্ৱেই আত্মবিশ্বাস হেৰুৱাইছে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে । মঙ্গলবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰক্ষ্মই শুভ লগ্ন চাই মনোনয় পত্ৰ দাখিল কৰাৰ পাছতে বুধবাৰে একেই পথকেই অলম্বন কৰিলে বৰপেটা লোকসভা সমষ্টিৰ অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে । বৰঞ্চ কুমাৰ দীপক দাসে এখোপ ওপৰলৈ গৈ একেদিনাই দুবাৰকৈ দাখিল কৰিলে মনোনয়ন পত্ৰ ।

আন্ধবিশ্বাস কুমাৰ দীপক দাসৰ

৪ এপ্ৰিল, বৰপেটাঃ বুধবাৰে বৰপেটা লোকসভা সমষ্টিত অগপৰ সভাপতি অতুল বৰা, বিজেপি সভাপতি ৰনজিৎ কুমাৰ দাস, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিপিএফৰ বিশ্বজিৎ দৈমাৰী, অগপ নেতা ভূপেন ৰয়ক লগত লৈ বিশাল সমদলেৰে আহি বৰপেটাৰ উপায়ুক্তৰ হাতত প্ৰথমখন মনোনয়ন দাখিল কৰিলে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷

আন্ধবিশ্বাস কুমাৰ দীপক দাসৰ

দৈৱজ্ঞৰ লগ্ন অনুসৰি অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে আজি দিনৰ ঠিক 11 বজাত দাখিল কৰিছিল প্ৰথমখন মনোনয়ন ৷ দৈৱজ্ঞৰ বিধান অনুসৰন কৰিয়েই জিলা উপায়ুক্তৰ হাতত মনোনয়ন দাখিলৰ পিচতেই কুমাৰ দীপক দাস উপস্থিত হয় পৌৰ সভাৰ খেলপথাৰত ৷ পৌৰ সভাৰ খেলপথাৰৰ পৰা পুনৰ অতুল বৰা, ৰনজিৎ কুমাৰ দাস, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিশ্বজিৎ দৈমাৰী, ভূপেন ৰয়ৰ লগতে সহস্ৰাধিক সমৰ্থকৰে সমদল কৰি আহি পুনৰ দাখিল কৰে মনোনয়ন পত্ৰ ৷

Slug:   A_BAR_3APR_810TO813_CONG_CANDIDATE_NAMINATION_VIS+BITE+PHOTO_BAPKAN_DAS                        

কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ মনোনয়ন দাখিল

বৰপেটা, ৩ এপ্ৰিলঃ
ভূমিধৰ বৰ্মণৰ লগতে কংগ্ৰেছৰ ৪ জন বিধায়কক লগত লৈ হেজাৰোধিক সমৰ্থকসহ আজি বৰপেটাত মনোনয়ন পত্ৰ দাখিল কৰিলে বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মণ, বিধায়ক শুকুৰ আলী আহমেদ, জাকিৰ হুছেইন শিকদাৰ, শ্বেৰমান আলী আহমেদ, আব্দুল হাই নাগৰীৰ সৈতে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷  উত্তৰ বৰপেটাৰ পৰা হেজাৰোধিক কংগ্ৰেছ সমৰ্থকৰ সৈতে সমদল কৰি আহি মনোনয়ন দাখিল কৰে আব্দুল খালেকে ৷ বৰপেটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ী হব বুলি মন্তব্য কৰে ভূমিধৰ বৰ্মন ৷ আনহাতে ৰাইজৰ উৎসাহ আৰু সমৰ্থন দেখি বিজয় নিশ্চিত বুলি দাবী কৰে কং প্ৰাৰ্থী আব্দুল খালেকে ৷ 

বাইটঃ ভূমিধৰ বৰ্মন ৷
বাইটঃ আব্দুল খালেক ৷
-- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
Last Updated : Apr 4, 2019, 9:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.