ETV Bharat / state

সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ সঠিক তদন্ত দাবী হাজো সাংবাদিকৰ

author img

By

Published : Nov 12, 2020, 5:43 PM IST

সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাৰীক শাস্তিৰ দাবীত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্য়স্থ কৰে হাজোৰ সাংবাদিক সকলে ৷ সাংবাদিক সকলে মূখত ক'লা কাপোৰ মাৰি হাতত প্লেকা'ৰ্ড লৈ সাংবাদিক গৰাকীৰ ন্যায়ৰ দাবী তুলে ৷

reporters protest
সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ সঠিক তদন্ত দাবী হাজো সাংবাদিকৰ

বৰপেটা ১২ নৱেম্বৰ: সমগ্ৰ অসমৰ লগতে বৰপেটা হাজো দৌলাশালত সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাৰীক শাস্তিৰ দাবীত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্য়স্থ কৰে হাজোৰ সাংবাদিক সকলে ৷ সাংবাদিক সকলে মূখত ক'লা কাপোৰ মাৰি হাতত প্লেকা'ৰ্ড লৈ সাংবাদিক গৰাকীৰ ন্যায়ৰ দাবী তুলে ৷

উল্লেখ্য় যে, এটা পথ দুৰ্ঘটনাত সাংবাদিক গৰাকীৰ মৃত্য়ুৰ পাছত হত্যাৰ অভিযোগ উত্থাপন কৰিছিল পৰাগ ভূঞাৰ পৰিয়ালে ৷ সেয়েহে চৰকাৰক এই ক্ষেত্ৰত সঠিক তদন্ত কৰি হত্যাকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাইছে সাংবাদিক সকলে ৷

লগতে পঢ়কঃ‘শেষ নিশ্বাস পৰ্যন্ত আছুৰ বাবেই কাম কৰি যাম’’- সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.