ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Etv Bharat
Etv Bharat
author img

By

Published : Jan 3, 2023, 9:11 AM IST

Dangri killings: ১৪ ঘণ্টাত দুটাকৈ কূটাঘাটমূলক ঘটনাৰ পাছত ৰাজৌৰীত আজি দিনটোৰ ঘটনাক্ৰমৰ সবিশেষ

জম্মুৰ ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সংঘটিত দুটাকৈ আক্ৰমণৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ মাত্ৰ ১৪ ঘণ্টাত দুটাকৈ কূটাঘাটমূলক ঘটনা সংঘটিত হোৱাৰ পাছতেই জিলাখনত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ ৷ ৰাজৌৰী জিলা বন্ধ ৰখাৰ পাছতো আক্ৰমণত নিহত লোকৰ মৃতদেহ লৈ ৰাজপথত প্ৰতিবাদ স্থানীয় লোকৰ (Terror attack in Jammu Kashmir) ৷

Constituency Delimitation in Assam: দুটা দশক নহয়, চিৰদিনৰ বাবে সুৰক্ষিত হ’ব লাগিব অসমৰ খিলঞ্জীয়া : এজেপি

সমষ্টি পুনৰ নিৰ্ধাৰণে আগন্তুক দুটা দশকৰ বাবে অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি নৱবৰ্ষৰ প্ৰথমটো দিনতেই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on constituency delimitation)৷ ড৹ শৰ্মাৰ এই মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে ৷ অসমৰ খিলঞ্জীয়া মানুহ চিৰদিনৰ বাবেই সুৰক্ষিত হ’ব লাগিব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই ৷

Initiative step by AAU: প্ৰাকৃতিক কৃষিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী পদক্ষেপ

প্ৰাকৃতিক কৃষিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী পদক্ষেপ (Assam Agricultural University)। ১ কোটি টকা ব্যয় সাপেক্ষে বিশেষ পৰিকল্পনা ৷

Vijayapura Siddeswara Swamiji is more : বিজয়পুৰ জ্ঞানযোগশ্ৰমৰ সিদ্ধেশ্বৰ মহাস্বামীৰ দেহাৱসান

বিজয়পুৰ জ্ঞানযোগশ্ৰমৰ সিদ্ধেশ্বৰ মহাস্বামীৰ দেহাৱসান (Vijayapura Siddeswara Swamiji is more)৷ সোমবাৰে বিয়লি 6:05 বজাত শেষ নিশ্বাস ত্যাগ কৰে সিদ্ধেশ্বৰ মহাস্বামীয়ে ৷ জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰা মতে মঙলবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ​​স্বামীজীৰ ৷

Bomb found behind CM helipad: মুখ্যমন্ত্ৰীৰ হেলিপেডত উদ্ধাৰ বোমা

পঞ্জাৱ আৰু হৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ হেলিপেডত উদ্ধাৰ বোমা ৷ হেলিপেডৰ পিছফালে থকা আমৰ বাগিচাৰ ভিতৰত উদ্ধাৰ বোমাটো ৷ পঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰে দুয়োখন ৰাজ্যৰ সীমান্তত অৱস্থিত এই হেলিপেডটো (Bomb found behind CM helipad in Chandigarh) ৷

Assam Book Fair 2022 : পঞ্চম দিনাও লোকাৰণ্য অসম গ্ৰন্থমেলাৰ বাকৰি

অসম গ্ৰন্থমেলাৰ আজি পঞ্চমটো দিন ৷ পঞ্চম দিনাও গ্ৰন্থপ্ৰেমীৰ সমাবেশে জীপাল কৰি তুলিলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাত (Assam Book Fair 2022) ৷

Guwahati CP on Crime Report: বিদায়ী বৰ্ষত মহানগৰীত ১০২৩৪ টা গোচৰ ৰুজু

2022 বৰ্ষত গুৱাহাটী মহানগৰীত সংঘটিত অপৰাধজনিত ঘটনাৰ সন্দৰ্ভত সোমবাৰে সংবাদমেল সম্বোধন কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (Guwahati Commissioner of Police) ৷ আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে জনায় যে, ৰঞ্জিত বৰা হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল ৷

Road accident at Titatbor: বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এজন নিহত

যোৰহাটৰ তিতাবৰত বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এজন লোক থিতাতে নিহত হয় (One death in Road accident)৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন তিনিজন লোক ৷

Illicit love affair: মুছলপুৰত প্ৰেমিকেৰে লগ লাগি পত্নীয়ে হত্যা কৰিলে স্বামীক

31 ডিচেম্বৰৰ নিশা মুছলপুৰত পত্নীয়ে স্বামীক হত্যা কৰা ঘটনাৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ অবৈধ প্ৰেমৰ বাবেই পত্নীয়ে প্ৰেমিকৰ সৈতে লগ লাগি হাতুৰীৰে কোবাই কোবাই হত্য়া কৰিছিল স্বামী হৃদয় বৈশ্যক (Illicit love affair) ৷ সম্প্ৰতি আৰক্ষীৰ জালত মহিলাগৰাকীৰ প্ৰেমিক সুব্ৰত লহকৰ ৷

Tunisha sharma death case: তুনিষাক হিজাব পৰিধান কৰিবলৈ বাধ্য কৰা নাছিল শ্বীজানৰ পৰিয়ালে !

ক্ৰমে জটিলতাৰ মাজত সোমাই পৰিছে অভিনেত্ৰী তুনিষা শৰ্মাৰ আত্মহত্যাৰ গোচৰ । অভিনেত্ৰীগৰাকীৰ মাতৃয়ে অভিযুক্ত শ্বীজান খানৰ বিৰুদ্ধে এটাৰ পাছত আনটো অভিযোগ উত্থাপন কৰাৰ বিপৰীতে সকলো অভিযোগ খণ্ডন কৰিছে শ্বীজানৰ পৰিয়ালে (Tunisha sharma death case Sheezan khan) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.