ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

author img

By

Published : Aug 11, 2022, 9:17 AM IST

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

Firing in Jammu Kashmir: কাশ্মীৰত গুলীয়াগুলীত তিনি সেনা জোৱান শ্বহীদ, নিহত দুই সন্ত্ৰাসবাদী

ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগালত থকা সেনা শিবিৰৰ বেৰ পাৰ হ’বলৈ চেষ্টা কৰিছিল কোনো লোকে । তেতিয়াই সংঘটিত হয় গুলীচালনাৰ ঘটনা (Firing in Jammu Kashmir)।

Har Ghar Tiranga Abhiyan: বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সাংবাদিকক জাতীয় পতাকা উপহাৰ মুখ্যমন্ত্ৰীৰ

প্ৰাক্তন সাংসদ নাৰায়ণ বৰকটকী, বিশিষ্ট সাংবাদিক যদু কাকতি আৰু প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ বাসগৃহত ৰাজ্যৰ মুখ্যমন্ত্ৰী (Har Ghar Tiranga Abhiyan) । শৰণীয়াস্থিত কস্তুৰবাগান্ধী আশ্ৰম আৱাসীসকলক হস্ততাঁতেৰে নিৰ্মিত জাতীয় পতাকা উপহাৰ । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ আহ্বান মুখ্যমন্ত্ৰীৰ ।

108 Mrityunjay Ambulance service: পুৰণি বাহনৰ ব্যৱহাৰেৰে 108 সেৱাক দিছে মৃত্যুদূতৰ ৰূপ !

শেহতীয়াকৈ মৃত্যদূতৰ ৰূপত অৱতীৰ্ণ হৈছে 108 মৃত্যঞ্জয় সেৱা ৷ তৎকালীন সেৱাৰ বাবে আওপুৰণি গাড়ী ব্যৱহাৰৰ ফলত ভয়ংকৰ পৰিস্থিতিয়ে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে(108 service facing terrible situation in Assam) ৷ ইয়াৰ মাজতে মঙলবাৰে নগাঁৱত ৰোগী থকাৰ অৱস্থাতে দাউদাউকৈ জ্বলি উঠিল এখন মৃত্যুঞ্জয় সেৱাৰ বাহন ৷

Assam-Arunachal border dispute: সীমা সমস্যাক লৈ অসম অৰুণাচলৰ মন্ত্ৰী আমোলাৰ বৈঠক

বুধবাৰে অসমৰ দখলত থকা নামচাং প্ৰকৃততে কাৰ দখলত থাকিব তাক লৈ নাহৰকটীয়াৰ জয়পুৰৰ বন বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হয় অসম অৰুণাচলৰ সীমা নিৰ্দ্ধাৰণ কমিটিৰ বৈঠক (Crucial meeting on Assam-Arunachal border dispute) ।

Objectionable comments against Chaolung Sukapha: অৱশেষত কলকাতাত গ্ৰেপ্তাৰ গৰ্গ চেটাৰ্জী

অৱশেষত কলকাতা আৰক্ষীয়ে বুধবাৰে কলকাতাত গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিছে(Garga Chatterjee arrest by Kolkata police)। স্বৰ্গদেও চাউলুং চুকাফাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কলকাতা আৰক্ষীয়ে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি কলকাতাৰ আদালতত হাজিৰ কৰে । অৱশ্য়ে আদালতে চেটাৰ্জীক চৰ্ত সাপেক্ষে জামিন দিয়ে ।

State Government has taken special initiatives: পাইপেৰে যোগান ধৰা হ'ব ৰন্ধন গেছ

২০২৪ চনৰ পূৰ্বে কামৰূপ মহানগৰ, কামৰূপ আৰু কাছাৰ জিলাত পাইপৰ যোগেদি যোগান ধৰা হ'ব ৰন্ধন গেছ (Cooking gas will be supplied through pipes)। প্ৰথম অৱস্থাত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত প্রায় ৩ লাখ উপভোক্তাক এই সেৱাৰ জৰিয়তে সামৰি লোৱা হ'ব। ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে আন ৭খন জিলাত পাইপৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছক চি এন জি ষ্টেছনলৈ ৰূপান্তৰ কৰা হ'ব(Assam State Transport Corporation buses will be converted to CNG stations)।

Assam CM assures tea workers: চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি

চাহ খণ্ডৰ সৈতে জড়িত বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। প্ৰতি কেজি অর্থডক্স চাহত চৰকাৰে প্ৰদান কৰি অহা ৰাজসাহায্য ৭ টকাৰ পৰা ১০ টকালৈ বৃদ্ধিৰ আশ্বাস মুখ্যমন্ত্ৰীৰ (Assam CM assures tea workers) । চাহ বাগিচাতে শ্ৰমিকসকলক ৰেচন প্ৰদানৰ সুবিধার্থে সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ ল’বৰ বাবে বাগিচা কৰ্তৃপক্ষক মুখ্যমন্ত্ৰীৰ আহ্বান ।

Drugs destroy many homes: ড্ৰাগছ সেৱনৰ বাবে ধন নিদিয়াৰ বাবেই পুত্ৰই জ্বলাই ভস্মীভূত কৰিলে ঘৰ

পুত্ৰক ড্ৰাগছ সেৱন কৰাৰ বাবে পিতৃয়ে টকা নিদিয়াৰ বাবেই নিজৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰি জ্বলাই দিলে ড্ৰাগছ আসক্ত যুৱকজনে (Son set fire to his house after refused to pay for drugs) ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটাৰোডৰ বালাভিঠাৰ বেঁকীৰপাৰত । ড্ৰাগছ, মদ, ভাং,গাঞ্জা আদি নিচাজাতীয় দ্ৰব্য সেৱন কৰি মাতাল পুত্ৰই সদায়ে অত্যাচাৰ চলায় ঘৰখনত ৷

Har Ghar Tiranga: ত্ৰিৰংগাৰ বিষয়ে জানিবলগীয়া কিছু কথা আৰু হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে এইবাৰ আজাদী কি অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav)। চৰকাৰে ঘোষণা কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’(Har Ghar Tiranga) কাৰ্যসূচী অনুসৰি ২০ কোটিৰো অধিক ঘৰৰ ওপৰত উৰিব ত্ৰিৰংগা ৷ এই ত্ৰিৰংগাৰ বিষয়ে কিছু কথা জানো আহক..

Severely polluted rivers in Assam:ভয়াবহ প্ৰদূষণৰ কৱলত ৰাজ্যৰ ৪৪ টা নদী-জলাশয়

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে(Central Pollution Control Board) ৪ বছৰ পূৰ্বে চিনাক্ত কৰা ৪৪ টা প্ৰদূষিত নদী আৰু জলাশয়(Polluted rivers and waterland in Assam)আজিলৈকে প্ৰদূষণমুক্ত কৰাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ ৫১খন, অসমৰ ৪৪খন, মধ্যপ্ৰদেশৰ ২২খন, কেৰেলাৰ ২১খন, গুজৰাটৰ ২০খন, উড়িশাৰ ১৯খন, পশ্চিম বংগ আৰু কৰ্ণাটকৰ ১৭খন নদী দেশৰ ভিতৰত সৰ্বাধিক প্ৰদূষিত নদী হিচাপে চিহ্নিত কৰা হৈছে (Severely polluted rivers) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.