ETV Bharat / state

11 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 31, 2022, 10:59 AM IST

11 বজাৰ শীৰ্ষ 10টা বাতৰি

11 বজাৰ শীৰ্ষ 10টা বাতৰি
11 বজাৰ শীৰ্ষ 10টা বাতৰি

দুলীয়াজানৰ তৈলখাদৰ পাইপ ফাটি নিৰ্গত গেছ আৰু খাৰুৱাতেল

দুলীয়াজানত অইলৰ তৈলখাদত অঘটন ৷ দুলীয়াজানত অইলৰ 435 নম্বৰ তৈলখাদৰ পাইপ ফাটি নিৰ্গত হয় (Oil pipeline bursts at Duliajan) গেছ আৰু খাৰুৱাতেল ৷ ঘটনাক কেন্দ্ৰ কৰি শংকিত হৈছে অঞ্চলবাসী ৷ ইফালে অইলৰ দুৰ্বলতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷

Solar power plant in Amguri : আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব উত্তৰ-পূৱৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প

সুদীৰ্ঘ ৩১ বছৰৰ অন্তত মঙলবাৰে ৰাজ্যত উদ্বোধন হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প (First largest solar power plant in Northeast) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমগুৰিস্থিত সৌৰশক্তি প্ৰকল্পটো মুকলি কৰিব (CM sarma to be inaugurate Solar power plant in Amguri) ৷

সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পৱিত্ৰ স্মৃতিত বাণিজ্য দিৱস উদযাপন

দানবীৰ সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পবিত্ৰ স্মৃতিত তেজপুৰত বাণিজ্য দিৱস উদযাপন (Commerce Day celebrated in the memory of Bholanath Baruah) ৷ ভোলানাথ বৰুৱা প্ৰথমগৰাকী ব্যক্তি, যিয়ে ইংলেণ্ডৰ ৰাণীক অনুৰোধ কৰি ৰাজ্যত ৰে'লৰ প্ৰচলন কৰাৰ লগতে লো, টিনপাতৰ ব্যৱসায় আৰম্ভ কৰি ৰাজ্যত এক ব্যৱসায়ৰ ধাৰা সৃষ্টি কৰিছিল ৷

PPE Kit ক্ৰয়ৰ নামত ৰাজহুৱা ধনৰ অপচয় : ড৹ জ্ঞানশ্ৰী বৰা

পিপিই কিট ক্ৰয়ৰ নামত ৰাজহুৱা ধনৰ অপচয় কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ হিচাপ ৰাজহুৱা কৰক চৰকাৰে ৷ সোমবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত পিপিই কিট কেলেংকাৰী (PPE Kit controversy of Assam) সন্দৰ্ভত এখন সংবাদমেল সংম্বোধন কৰি এই দাবী উত্থাপন কৰে দলটোৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই ৷

75th years of independence : আজি ৰাজ্যৰ বিভিন্ন হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

ৰাজ্যৰ বিভিন্ন আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM modi to be interacts with beneficiaries) ৷ আজাদী কা অমৃত মহোৎসৱ(75th years of independence) ৰ লগত সংগতি ৰাখি এই অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

Laal Singh Chaddha : লাল সিং চাড্ডাৰ অংশ আছিল চেইফ-কৰীণা পুত্ৰ জেহ !

লাল সিং চাড্ডা ছবিখন কৰীণা কাপুৰৰ বাবে সদায়ে বিশেষ হৈ ৰ’ব (Laal Singh Chaddha Kareena Kapoor) ৷ এই ছবিৰে অংশ আছিল চেইফ-কৰীণা পুত্ৰ জেহ ৷ কিন্তু কেনেদৰে এয়া সম্ভৱ আপুনি জানেনে ?

আশ্বিকুলৰ মৃত্যু এক দুৰ্ঘটনা: মুখ্যমন্ত্ৰী

বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলামৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া (Himanta Biswa Sarma on Ashikul Islam's death)৷ এই ঘটনাক এক দুৰ্ঘটনা বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ৷

Minor Gang Rape in Kokrajhar: ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল কোকৰাঝাৰ

১১ টা দল-সংগঠনৰ প্ৰতিবাদতত উত্তাল কোকৰাঝাৰৰ ছালাকাটি (Protest in Kokrajhar) ৷ নাবালিকাৰ লগত অপকৰ্মত লিপ্ত হোৱা যুৱকক ফাঁচীৰ দাবী প্ৰতিবাদকাৰীৰ ৷

24 ঘন্টাই নহ’লেও ২৩ ঘন্টা বিদ্যুৎ লাভ কৰিব ৰাজ্যবাসীয়ে

24 ঘন্টাই নহলেও ২৩ ঘন্টা বিদ্যুৎ লাভ কৰিব ৰাজ্যবাসীয়ে ৷ মঙলবাৰে ৰাজ্যত মুকলি হ’ব ৭০ মেগাৱাট সৌৰ শক্তি উৎপাদন কেন্দ্ৰ । ৰাজ্যত বৈদ্যুতিক তাঁৰে যিসমূহ অঞ্চলক সাঙুৰি ল’ব পৰা নাযায়, তেনে অঞ্চলত সৌৰ শক্তিৰে বিদ্যুৎ যোগান ধৰিব অসম চৰকাৰে । সোমবাৰে শক্তিমন্ত্ৰীয়ে(Power minister Bimal Bora) জানিবলৈ দিলে এই কথা ৷

ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ ৫০ কোটিৰ পেকেজ

বান আৰু ভূমিস্খলনত ক্ষতিগ্রস্ত ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ ৫০ কোটিৰ পেকেজ ঘোষণা কৰিছ । লগতে গৃহ নিৰ্মাণৰ বাবে ক্ষতিগ্রস্ত প্ৰতিটো পৰিয়াললৈ ২ লাখ টকাৰ সাহায্যৰ ঘোষণা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.