ETV Bharat / state

ক'ভিড নীতি উলংঘাৰে বাক্সাত বহিছে বজাৰ - Some people in Muslimpur are not aware

কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাচতো একাংশই এতিয়াও মানি চলা নাই ক'ভিড প্ৰ'টকল । মুছলপুৰৰ সাপ্তাহিক বজাৰত সামাজিক দূৰত্ব অথবা মাস্ক ব্যৱহাৰৰ নকৰাকৈয়ে একাংশ লোকৰ সমাগম হোৱা দেখা যায় ৷ নাই মাস্ক, নাই সামাজিক দূৰত্ব ৷ কোনো ধৰণৰ সজাগতা নোহোৱাকৈয়ে কণ কণ শিশুক লগত লৈ বজাৰ কৰিবলৈ অহা দেখা গ'ল একাংশ লোকক ।

ক'ভিডক লৈ এতিয়া সজাগ নহয় মুছলপুৰৰ একাংশ লোক

author img

By

Published : Apr 22, 2021, 10:57 PM IST

বাক্সা,২২ এপ্ৰিলঃ দেশ তথা ৰাজ্যত কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাচতো একাংশই এতিয়াও মানি চলা নাই ক'ভিড প্ৰ'টকল । ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা মাৰাত্মক ক’ভিড‌-১৯ ৰ ভয়াৱহতাৰ প্ৰতিও যেন একাংশৰ মাজত এতিয়াও সজাগতা অভাৱ দেখা গৈছে ৷

মুছলপুৰৰ সাপ্তাহিক বজাৰত সামাজিক দূৰত্ব অথবা মাস্ক ব্যৱহাৰৰ নকৰাকৈয়ে একাংশ লোকৰ সমাগম হোৱা দেখা যায় ৷ নাই মাস্ক, নাই সামাজিক দূৰত্ব ৷ কোনো ধৰণৰ সজাগতা নোহোৱাকৈয়ে কণ কণ শিশুক লগত লৈ বজাৰ কৰিবলৈ অহা দেখা গ'ল একাংশ লোকক ।

ক'ভিডক লৈ এতিয়া সজাগ নহয় মুছলপুৰৰ একাংশ লোক

ক'ভিডৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কঠোৰভাৱে নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও মুছলপুৰৰ একাংশ লোকৰ মাজত সজাগতাৰ অভাৱ দেখা গৈছে ৷ গতিকে এইসকল লোকৰ মাজত সজাগতা সৃষ্টি কৰিবৰ বাবে জিলা স্বাস্থ্য বিভাগ অথবা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: লক ডাউনৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.