ETV Bharat / state

মুছলপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু

ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে ৷ প্ৰতিদিনে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ৷ পলাচীত মৃত্যু হয় এগৰাকী নৱ-বিবাহিত মহিলাৰ ৷

author img

By

Published : Jul 8, 2019, 7:45 PM IST

জাপানীজ এনকেফেলাইটিছৰ আতংক

চাপাগুৰি, 8 জুলাই : ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানী এনকেফেলাইটিছে ৷ প্ৰতিদিনে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ৷ বাক্সাৰ মুছলপুৰ মহকুমাৰ পলাচীত মৃত্যু হয় এগৰাকী নৱ-বিবাহিত মহিলাৰ ৷ অম্বিকা তামাঙৰ জ্বৰ হোৱাত পৰিয়ালে জিএম চিত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে দেওবাৰে মৃত্যু ঘটে মহিলাগৰাকীৰ ৷ জি এম চি কৰ্তৃপক্ষই মহিলাগৰাকী জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈয়ে মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে ৷ মহিলাগৰাকীৰ মৃত্যুক লৈ অঞ্চলটোত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷ ইপিনে সোমবাৰেও বাইহাটাত এগৰাকী লোকৰ মৃত্যু হয় ৷

Intro:ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানী এনকেফেলাইটিচে ৷ এতিয়ালৈকে ৰাজ্যত ৪৯ জন লোকৰ মৃত্যু হোৱাৰ খৱৰ প্ৰকাশ হৈছে ৷ Body:ইয়াৰ মাজতে কালি বাকসা জিলাৰ মুছলপুৰ মহকুমাৰ পলাচীত এগৰাকী নৱ বিবাহিতা মহিলাৰ মৃত্যু হয় ৷ পলাচী আমিনগাঁৱৰ অম্বিকা তামাঙৰ জ্বৰ হোৱাত পৰিয়ালে জিএম চিত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে কালি মহিলাগৰাকীৰ মৃত্যু হয় ৷ জি এম চি কৰ্তৃপক্ষই মহিলাগৰাকী জাপানী এনকেফেলাইটিচত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে ৷ মহিলাগৰাকী মৃত্যুত অঞ্চলটোত এক আতংকৰ সৃষ্টি হৈছে ৷ অঞ্চলটোত স্বাস্থ্য বিভাগে বিনামুলীয়া শিবিৰ পাতিব লাগে বুলি ৰাইজে দাবী জনাইছে ৷Conclusion:বাইট-
চাপাগুৰিৰ পৰ‍া ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.