ETV Bharat / state

বাক্সাত ইউপিপিএলৰ বাহনত উদ্ধাৰ লক্ষাধিক টকা

author img

By

Published : Apr 4, 2021, 10:51 PM IST

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বাক্সাৰ দেৱচাৰাত ইউপিপিএল আৰু বিজেপিৰ পতাকা আঁৰি থোৱা বাহনত উদ্ধাৰ কৰা হয় লক্ষাধিক টকা ৷ জানিব পৰা মতে, দেওবাৰে বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৱচাৰাত নিয়মীয়া তালাচী চলাই থকাৰ সময়তে ফ্লায়িং স্কোৱাডে মেৰকুছিৰ দিশৰ পৰা আহি থকা এখন বলেৰ' বাহনৰ পৰা জব্দ কৰে ১ লাখ ৬৭ হাজাৰ টকা ৷

money-recovery-at-baksa
বাক্সাৰ দেৱচাৰাত ইউপিপিএলৰ বাহনত উদ্ধাৰ লক্ষাধিক টকা

বাক্সা, 4এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত বাক্সাৰ দেৱচাৰাত ইউপিপিএল আৰু বিজেপিৰ পতাকা আঁৰি থোৱা বাহনত উদ্ধাৰ কৰা হয় লক্ষাধিক টকা ৷ জানিব পৰা মতে, দেওবাৰে বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৱচাৰাত নিয়মীয়া তালাচী চলাই থকাৰ সময়তে ফ্লায়িং স্কোৱাডে মেৰকুছিৰ দিশৰ পৰা আহি থকা এখন বলেৰ' বাহনৰ পৰা জব্দ কৰে ১ লাখ ৬৭ হাজাৰ টকা ৷

বাক্সাত ইউপিপিএলৰ বাহনত উদ্ধাৰ লক্ষাধিক টকা

কিন্তু ৰাইজৰ অভিযোগ, উদ্ধাৰ হোৱা টকাতকৈও অধিক পৰিমাণৰ পৰা টকা আছিল বাহনখনত ৷ প্ৰায় 6 লাখ টকা বাহনখনত থকাৰ দাবী কৰে স্থানীয় ৰাইজে ৷ ইয়াকে লৈ উপস্থিত ৰাইজে ঘটনাস্থলীত উত্তেজনাৰ সৃষ্টি কৰে ৷ অৱশেষত বৰমা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ আনহাতে, নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপি মিত্ৰজোঁটৰ বাহনত টকা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.