ETV Bharat / state

বগাজুলী বনাঞ্চলত দুস্প্ৰাপ্য বনৰৌ উদ্ধাৰ - manis rescue

বাক্সাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলী বনাঞ্চলত উদ্ধাৰ বনৰৌ ৷ বুধবাৰে বগাজুলী বনাঞ্চলত ২৪ নং এছ এছ বি বাহিনীয়ে বনৰৌটো উদ্ধাৰ কৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া বীৰেন্দ্ৰ বড়োক চমজাই দিয়ে

বগাজুলী বনাঞ্চলত উদ্ধাৰ বনৰৌ
author img

By

Published : Aug 28, 2019, 4:35 PM IST

বাক্সা, 28 আগষ্টঃ বাক্সাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলী বনাঞ্চলত উদ্ধাৰ বনৰৌ ৷ উদ্ধাৰ হোৱা বনৰৌটোৰ ওজন তিনি কিলোগ্ৰাম বুলি উল্লেখ কৰে কুমাৰীকাটা বনাঞ্চলিক বন বিষয়াই ৷ বুধবাৰে বগাজুলী বনাঞ্চলত ২৪ নং এছ এছ বি বাহিনীয়ে বনৰৌটো উদ্ধাৰ কৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া বীৰেন্দ্ৰ বড়োক চমজাই দিয়ে ৷

বগাজুলী বনাঞ্চলত উদ্ধাৰ বনৰৌ

আনহাতে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ে বনৰৌটো প্ৰাথমিক চিকিৎসাৰ অন্তত দিহিৰা বনাঞ্চলত এৰি দিয়া বুলি জানিবলৈ দিয়ে ৷

Intro:বাক্সাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলী বনাঞ্চলত এটা তিনি কিলো ওজনৰ বনৰৌ উদ্ধাৰ ।

Body:বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধিনস্থ বগাজুলী বনাঞ্চলত বুধবাৰে ২৪ নং এছ এছ বি বাহিনীয়ে এটা প্ৰায় তিনি কিলো ওজনৰ বনৰৌ উদ্ধাৰ কৰি বন বিভাগক গটাই দিয়ে । জানিব পৰা মতে বগাজুলীৰ গাইদাঙ চকস্থীত ২৪ নং এছ এছ বিৰ বাহিনীৰ তহলদাৰী দল এটাই ৰাতিপুৱা ৯ বজাত বগাজুলী বনাঞ্চলত বনৰৌটো প্ৰত্যক্ষ কৰে আৰু যাতে কোনো দুষ্ট চক্ৰৰ হাতত নপৰে তাৰ বাবে বাহিনীটোৱে বনৰৌটো উদ্ধাৰ কৰি কেম্পত লৈ আহি পিছত কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ বনপালক বীৰেন্দ্ৰ বড়ো হাতত গটাই দিয়ে ।

Conclusion:আনহাতে কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ে বনৰৌটো প্ৰাথমিক চিকিৎসা কৰি পিছত দিহিৰা বনাঞ্চলত এৰি দিয়া বুলি জানিব পৰা গৈছে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.