ETV Bharat / state

পৰ্যটকৰ আগমণত প্ৰাণ পাই উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান - হাতী ছাফাৰী

পৰ্যটকৰ আগমণে আনন্দিত কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ল'জ,ৰেষ্টোৰা কৰ্তৃপক্ষক ৷ সম্পূৰ্ণ 8 মাহৰ বিৰতিৰ পিচত প্ৰাণ পাই উঠিছে ৰাষ্ট্ৰীয় উদ্যানখন ৷

manah-national-park-is-a-hotbed-of-tourist-arrivals
পৰ্যটকৰ আগমণত প্ৰাণ পাই উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান
author img

By

Published : Nov 10, 2020, 8:21 AM IST

বৰমা, 10 নৱেম্বৰ : পুনৰ পৰ্যটকৰ আগমণ ঘটিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ যাৰবাে সাজু হৈ উঠিছে ল'জ,জীপ ছাফাৰী,হাতী ছাফাৰী,নাও ইত্যাদি ৷

পৰ্যটকৰ আগমণত প্ৰাণ পাই উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান

উল্লেখ্য যে, বিগত প্ৰায় 8 মাহৰ পিচত মুকলি হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ কৰ'ণা ত্ৰাসৰ মাজতে পৰিস্থিতি কিছু প্ৰতিকুল হোৱাত 2 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰি দিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ যাৰবাবে বৰ্তমান সাজু হৈ উঠিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাতিকাষৰীয়া বিভিন্ন ল'জ তথা ৰেষ্টোৰাসমূহ ৷

লগতে পঢ়ক : সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰে জড়িত 21 গৰাকীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.