তামুলপুৰ,11 আগষ্টঃ নাবালিকাৰ সৈতে প্ৰেম কৰি এতিয়া লটি ঘটি এজন বিবাহিত পুৰুষৰ ৷ তেনে এক ঘটনা পোহৰলৈ আহিছে ,বাক্সা জিলা আৰু ওদালগুৰি জিলাৰ সীমান্তৰ অন্তৰ্গত বৰনদীঝাৰত ৷ চৰকাৰী আঁচনিৰ শৌচালয় নিৰ্মাণৰ কাম কৰিবলৈ আহি লটি ঘটি বিবাহিত যুৱকৰ ৷
গৈছিল শৌচালয় নিৰ্মাণ কৰিবলৈ পিচে কৰিলে প্ৰেম ! - love_jehad
নাবালিকাৰ সৈতে প্ৰেম কৰি লটি ঘটি বিবাহিত পুৰুষৰ

প্ৰেমিকাক বৰফ খুওৱাই ফুচলাবলৈ গৈ লটি ঘটি
তামুলপুৰ,11 আগষ্টঃ নাবালিকাৰ সৈতে প্ৰেম কৰি এতিয়া লটি ঘটি এজন বিবাহিত পুৰুষৰ ৷ তেনে এক ঘটনা পোহৰলৈ আহিছে ,বাক্সা জিলা আৰু ওদালগুৰি জিলাৰ সীমান্তৰ অন্তৰ্গত বৰনদীঝাৰত ৷ চৰকাৰী আঁচনিৰ শৌচালয় নিৰ্মাণৰ কাম কৰিবলৈ আহি লটি ঘটি বিবাহিত যুৱকৰ ৷
প্ৰেমিকাক বৰফ খুওৱাই ফুচলাবলৈ গৈ লটি ঘটি
প্ৰেমিকাক বৰফ খুওৱাই ফুচলাবলৈ গৈ লটি ঘটি
Intro:১৩ বছৰীয়া কিশোৰীৰ সৈতে প্ৰেমত পৰি লটি ঘটি বিবাহীত যুৱকৰ।Body:১০ আগষ্ট।
তামুলপুৰ।
এই পৃথিৱীৰ চৌদিশে বিয়পি আছে প্ৰেমৰ মায়াজাল।কোনোয়ে প্ৰেমত পৰি সংখাৰ পাতি সুখেৰে জীৱন অতিবাহিত কৰিছে কোনোয়ে আকৌ আঠবাটতে জীৱনৰ চন্দ হেৰুৱাই হাবুডাবু খাই ফুৰিছে।একাংশ ই আকৌ প্ৰেমৰ মায়াজাল পতি বহুতকে ঠগি আছে। প্ৰেম স্বৰ্গীয় সকলোৱে নোৱাৰে প্ৰেমত পৰিব প্ৰেমৰ আছে এক সুকীয়া সংজ্ঞা।
ৰাজ্যত এতিয়া সঘনাই ঘটিছে প্ৰেম ভাল পোৱা লাভ জেহাদৰে প্ৰেম প্ৰতৰণা কৰা ঘটনা।তেনে এক ঘটনা পোহৰলৈ আহিছে বাক্মা জিলা আৰু ওডালগুৰী জিলাৰ সীমান্তৰ ওডালগুৰী জিলাৰ অন্তৰ্গত বৰনদীঝাৰ ত।
লৰাৰ ঘৰ মঙ্গলদৈত আহিছিল চৰকাৰী আচনিৰ শৌচালয় নিৰ্মাণ ৰ কাম কৰিবলৈ বৰনদীঝাৰ আঞ্চলটোত। শৌচালয় নিৰ্মানৰ বাবে আহি ছোৱালী দেখি ৰব নোৱাৰি অঞ্চলটোৰ ছোৱালী এজনী ক দিলে প্ৰেমৰ প্ৰস্তাৱ।ছোৱালীৰ পিছে এইবোৰলৈ নাছিল কোনো মন কান।ইয়াকে দেখি লৰাই অৰম্ভ কৰিলে তাহানি যুগৰ প্ৰেম পত্ৰৰে প্ৰেমৰ প্ৰস্তাৱ।ছোৱালী আকোৰ গোজ প্ৰেম প্ৰত্যাখ্যান কৰি দিলে চিঠিৰে উত্তৰ।এনেকৈ গল কিছুদিন।শৌচালয় নিৰ্মাণৰ কামো শেষ হও হও ঘৰলৈ যাব লগা হল প্ৰেমিক যোৱাৰ আগতে বৰফে খুৱাও বুলি মাতিলে প্ৰেমিকাক।প্ৰেমিকাও আহিল বৰফ খাবলৈ ইয়াতে লাগিল কেণা প্ৰেমিকাৰ ফোন নম্বৰ বিচাৰোতে পৰিল প্ৰেমিক ৰাইজৰ ৰোষত।ৰাইজৰ সোধ পোছত ভণ্ড প্ৰেমিকৰ ওলাল আছল চৰিত্ৰ ।দুবছৰ আগতে হেনো পাতি ছে বিয়া।এজনী ৰে নহয়ে আৰু এজনী লাগে প্ৰেমিকক।ৰাইজৰ অভিযোগ যুৱক জনৰ এনে চৰিত্ৰ হেনো লাভ জেহাদ।প্ৰেমৰ চালনাৰে ১৩ বছৰীয়া ছোৱালী জনীক ফুচুলাই নি কোনো দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰিলে হৈ।পিছে ৰাইজৰ আগত প্ৰেমিকাৰ স্বীকাৰ প্ৰেমিকে দিয়া ভাবুকি ৰ।ভণ্ডপ্ৰেমিক জনে হেনো প্ৰেমিকাক দিছিলে ভাবুকি যিকোনো প্ৰকাৰে হেনো নিব তাইক।প্ৰেমৰ মায়াজাল ৰচি ফুৰা ভণ্ডপ্ৰেমিক জন এতিয়া খৈৰাবাৰী থানাৰ আলহী।
বাইট ---স্থানীয় ৰাইজ।
প্ৰেমিক ৰূপি যুৱক।
তামুলপুৰ ৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion: