ETV Bharat / state

বাক্সাৰ বগামাটিত জব্দ দুটা কোকোঁসাপ - GECKO SNAKE RECOVER AT BOGAMATI BAKSHA DISTRICT ASSAM

পৰ্যটনস্থলী বগমাটিত দুটাকৈ কেঁকো সাপ উদ্ধাৰ হয় শুকুৰবাৰে। এছ এছ বিৰ এটা দলে উদ্ধাৰ কৰি কোকোঁসাপ দুটা গতাই দিলে কুমাৰীকাটা বন বিভাগক ।

বাক্সাৰ বগামাটিত জব্দ দুটা কোকোঁসাপ
বাক্সাৰ বগামাটিত জব্দ দুটা কোকোঁসাপ
author img

By

Published : Sep 25, 2020, 5:36 PM IST

বাক্সা, 25 ছেপ্তেম্বৰঃ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত এতিয়া গঢ় লৈ উঠিছে কেঁকো সাপৰ অবাধ বেহা। শুকুৰবাৰে ভাৰত-ভূটান সীমান্তৱৰ্তী পৰ্যটনস্থলী বগমাটিত এক বিশেষ সূত্ৰৰ পম খেদি শুকুৰবাৰে পুৱাৰ ভাগত ৰঙিয়াস্থিত এছ এছ বিৰ জি কোম্পানীৰ ২৪ বেটেলিয়নৰ এ এছ আই মিলন চন্দ্ৰ শীলৰ নেতৃত্বত এছ এছ বিৰ এটা দলে দুটাকৈ কেঁকো সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বাক্সাৰ বগামাটিত জব্দ দুটা কোকোঁসাপ

প্ৰাপ্ত তথ্য মতে আজি,পুৱা ৭ মান বজাত এছ এছ বিৰ লোকে আগতীয়াকৈ তথ্য লাভ কৰি এক অনুসন্ধান চলাই থকাৰ সময়তে পাহাৰৰ কাষেদি খোজকাঢ়ি আহি থকা দুজনকৈ লোকক এছ এছ বিৰ লোকে প্ৰত্যক্ষ কৰি ৰ'বলৈ কোৱাত বাঁহৰ চুঙাত ভৰাই লৈ অনা কেঁকো সাপ দুটা এৰি পলায় পত্ৰং দিয়ে। পৰৱৰ্তী সময়ত এছ এছ বিয়ে সেই স্থানত উপস্থিত হৈ কেঁকোসাপ দুটাক উদ্ধাৰ কৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত গতাই দিয়ে। কেঁকোসাপ দুটাক সেই স্থানৰ পৰা উদ্ধাৰ কৰাৰ উপৰিও লোক দুজনক বহু সময় বিচাৰ খোচাৰ কৰে যদিও কোনো গোপনীয় পথেদি পলাই যোৱাৰ সন্দেহ কৰে। কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বসন্ত বড়ো,আৰু কৃষ্ণ কান্ত বড়োই জনোৱা মতে,দুয়োটা কেঁকোসাপক মানাহ উদ্যানত এৰি দিয়া হ'ব।

কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত গতাই দিয়ে কেঁকোসাপ দুটা

লগতে চাওকঃ অসম সংগ্ৰামী মঞ্চ এৰিলে অদীপ কুমাৰ ফুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.