ETV Bharat / state

ভূটানৰ পানীয়ে বুৰাইছে তামুলপুৰৰ বিস্তীৰ্ণ অঞ্চল - ভূটান

শনিবাৰে নিশা এজাক বৰষুণতে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত আনন্দ বজাৰ বিস্তীৰ্ণ অঞ্চল বুৰ গৈছে পানীৰ তলত । দৰঙানদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে সমগ্ৰ আনন্দ বজাৰ অঞ্চল ৷

বাক্সাত কৃত্ৰিম বান
author img

By

Published : Jun 16, 2019, 5:28 PM IST

বাক্সা, 16 জুন: বাক্সাত কৃত্ৰিম বানত বুৰ গৈছে বিভিন্ন অঞ্চল । শনিবাৰে নিশা এজাক বৰষুণৰ ফলত বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত আনন্দ বজাৰৰ বিষ্টিন্ন অঞ্চল বুৰ গৈছে পানীৰ তলত । দৰঙানদীৰ বাঢ়নী পানীয়ে বুৰাই পেলায় সমগ্ৰ আনন্দ বজাৰ ৷ দোকান-পোহাৰ, হাট- বজাৰ, চৰকাৰী বিদ্যালয়, ব্যক্তিগত বিদ্যালয় পানীত বুৰ যায় । স্থানীয় ব্যক্তি সকলে জনোৱা মতে চুবুৰীয়া ৰাষ্ট্ৰঃ ভূটানে নিশা পানী এৰি দিয়াৰ ফলতে বানপানীৰ সৃষ্টি হৈছে । আনহাতে নাগ্ৰীজুলি আৰু উপৰখুটি-বগামাটি পথৰ ওপৰৰে পানী বৈ যোৱাত পথ যোগাযোগ ব্যাহত হৈ পৰিছে ৷

বাক্সাত কৃত্ৰিম বান

লগতে পঢ়ক: বিশ্বনাথ আৰু ছয়গাঁৱৰ পৰা নিয়ন্ত্ৰণ হৈছিল বিতৰ্কিত ফেচবুক পেজ: পোহৰলৈ আহিছে ন ন তথ্য

ভূটানৰ পৰা বৈ অহা বৰনদী,পাথৰনদী,কালানদী,গীটিবাৰী নদীয়ে শুক্লাই,নাওবান্ধা,উত্তৰ আনন্দবজাৰ, বাঙালীপাৰা,উপৰখুটি, দেউচুঙা,ভোলাবটাবাৰীকে ধৰি প্ৰায় শতাধিক গাঁওপানীৰ তলত ৷ কেইবাখনো ব্যক্তিগত ক্ষুদ্ৰ চাহ বাগিছা বুৰ গৈছে পানীত ।

slug : as_bak_16june_flood_at_baksa_vis1_to_vis2_7203823

বাক্সাত কৃত্ৰিম বানত  ডুব গৈছে বিভিন্ন অঞ্চল ।

যোৱা নিশা এজাক বৰষুণৰ ফলত বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত আনন্দ বজাৰ  ডুব গৈছে বিষ্টিন্ন অঞ্চল । দৰঙানদীৰ পৰা উঠি যোৱা পানীয়ে বুৰাই পেলায় সমগ্ৰ আনন্দ বজাৰ  দোকান-পোহাৰ, হাট- বজাৰ, চৰকাৰী বিদ্যালয়, ব্যক্তিগত বিদ্যালয় পানীত ডুব যায়। স্থানীয় ব্যক্তি সকলে জনোৱা মতে চুবুৰীয়া ৰাষ্ট্ৰঃ ভূটানে নিশা পানী এৰি দিয়াৰ ফলতে বানপানীৰ সৃষ্টি হৈছে । আনহাতে নাগ্ৰীজুলি আৰু উপৰখুটি-বগামাটি পথৰ ওপৰৰে পানী বৈ যোৱাত পথ  যোগাযোগ ব্যাহত হৈ পৰিছে ৷
ভূটানৰ পৰা বৈ অহা বৰনদী,পাথৰনদী,কালানদী,গীটিবাৰী নদীয়ে শুক্লাই,নাওবান্ধা,উত্তৰ আনন্দবজাৰ, বাঙালীপাৰা,উপৰখুটি, দেউচুঙা,ভোলাবটাবাৰীকে ধৰি প্ৰায় শতাধিক গাঁওপানীৰ তলত ৷ হাহাকাৰ পৰিস্থিতি কেইবাখনো ব্যক্তিগত ক্ষুদ্ৰ চাহ বাগিছা পানীৰ তলত গৈছে ।

ভাষ্য : স্থানীয় লোক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.