ETV Bharat / state

গোৰেশ্বৰৰ গাঁৱত বানে আনিছে দুৰ্যোগ

গাঁওখনৰ একমাত্ৰ পথটো এতিয়াও পানীৰ তলত বুৰ গৈ আছে ৷ গাঁওখনৰ পথটো বিগত দহদিনে জলমগ্ন হৈ আছে ৷ উপযুক্ত চিকিৎসা সেৱাৰ অভাৱত বানৰ পাছত বানপীড়িতৰ মাজত দেখা দিছে বিভিন্ন ৰোগৰ উপসৰ্গই ৷

author img

By

Published : Jul 18, 2019, 4:05 PM IST

বলিয়া বানৰ যাতনাত গোৰেশ্বৰৰ নিজকোছোলা গাওৰ ৰাইজৰ দুৰ্দশা

তামুলপুৰ, 18 জুলাইঃ তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত নিজকোছোলা গাঁৱত বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে ৷ কিন্তু গাঁওখন এতিয়াও যোগাঘোগৰ বাবে সুচল হৈ উঠা নাই ৷ গাঁওখনৰ একমাত্ৰ পথটো এতিয়াও পানীৰ তলত বুৰ গৈ আছে ৷ গাঁওখনৰ পথটো বিগত দহদিনে জলমগ্ন হৈ আছে ৷ উপযুক্ত চিকিৎসা সেৱাৰ অভাৱত বানৰ পাছত বানপীড়িতৰ মাজত দেখা দিছে বিভিন্ন ৰোগৰ উপসৰ্গই ৷

বলিয়া বানৰ যাতনাত গোৰেশ্বৰৰ নিজকোছোলা গাওৰ ৰাইজৰ দুৰ্দশা

জ্বৰত আক্ৰান্ত হৈ পৰা এগৰাকী মহিলা চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ৷ বৰ্তমান পানী কিছু কমিছে যদিও একৰঙন পানী ভাগি মহিলাগৰাকীক প্ৰায় তিনি কিলোমিটাৰ দূৰৈত থকা ফাৰ্মাছী এখনত চিকিৎসাৰ বাবে ভাতৃয়ে কোচত উঠাই আনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চৰকাৰক উপযুক্ত সাহায্য প্ৰদান কৰাৰ লগতে স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

Intro:বলিয়া বানে বিধস্থ কৰা গোৰেশ্বৰৰ নিজকোছোলা গাওৰ ৰাইজৰ দুৰ্দশা।Body:তামুলপুৰ,
১৮/৭/১৯,
তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত নিজকোছোলা গাৱত বান পৰিস্থিতি সামগ্ৰিক ভাবে উন্নত হৈছে যদিও গাওখনৰ একমাত্ৰ পথটো এতিয়াও পানীৰ তলত বুৰ গৈ আছে।গাওখনৰ পূৱ আৰু পশ্চিম দিশে বৈ যোৱা নৈ ক্ৰমে শুক্লা আৰু পুঠিমাৰীৰ বাঢ়নী পানীয়ে বিধস্ত কৰি গৈছে গাওখন।চৰকাৰী আচনিয়ে ঢুকি নোপোৱা গাওঁখনত যাতায়তৰ বাবে পথ বুলিবলৈ আছে মাথোঁ ৪ ফুট বহল এটি পথৰুৱা আলিহে ,সিও আজি ১০ দিনে পানীৰ তলত আছে।কোনো চিকিৎসা ব্যৱস্থা নথকা গাও খনত বানপানী য়ে বিধস্ত কৰাৰ পিছতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বানাক্ৰান্ত লোকসকল।শেহতীয়া কৈ ৰুমী কলিতা নামৰ মহিলা গৰাকীয়ে বানপানীৰ সময়ৰে পৰা জ্বৰত আক্ৰান্ত হৈ চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে।আজি পানী কিছু কমিছে যদিও একৰঙন পানী ভাগী মহিলা গৰাকীক প্ৰায় তিনিকিলোমিটাৰ দুৰত থকা ফাৰ্মাছী (ঔষধৰ ক্লিনিক) এখনত চিকিৎসাৰ বাবে ভাতৃয়ে কোছত উঠাই আনিব লগিয়া পৰিস্থিতি হৈছে।

তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.