ETV Bharat / state

ইটিভিৰ বাতৰিৰ প্ৰভাৱ, গণশিল্পী নবীন বড়োলৈ সাহাৰ্য মুখ্যমন্ত্ৰী কাৰ্যালয় আৰু সাংসদৰ - গণশিল্পী নবীন বড়ো

শনিবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ হৈ চক্ৰ বিষয়া আৰু সাংসদ নৱ কুমাৰ শৰণীয়াই সাহাৰ্য প্ৰদান কৰে গণশিল্পী নবীন বড়োক । বিগত ১০ মে'ত ইটিভি ভাৰত অসমত বাতৰি সম্প্ৰচাৰৰ হোৱাৰ শনিবাৰে শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ সাহাৰ্য প্ৰদান কৰে বাক্সা জিলাৰ ৰাজহ চক্ৰ বিষয়া আৰু সাংসদ নৱ কুমাৰ শৰণীয়াই ।

গণশিল্পী নবীন বড়ো
ইটিভিৰ বাতৰিৰ প্ৰভাৱ, গণশিল্পী নবীন বড়োলৈ সাহাৰ্য মুখ্যমন্ত্ৰী কাৰ্যালয় আৰু সাংসদৰ
author img

By

Published : May 16, 2020, 11:55 PM IST

বাক্সা, ১৬ মে': ইটিভি বাতৰিৰ প্ৰভাৱ । মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ হৈ চক্ৰ বিষয়া আৰু সাংসদ নৱ কুমাৰ শৰণীয়াই সাহাৰ্য প্ৰদান কৰিলে গণশিল্পী নবীন বড়োক । উল্লেখ্য যে, বিগত ১০ মে' ত চৰম আৰ্থিক সংকটত ভোগা গণশিল্পী নবীন বড়োৰ সম্পৰ্কে ইটিভি ভাৰত অসমত বাতৰি সম্প্ৰচাৰৰ হোৱাৰ পিছতেই গা লৰিল অসম চৰকাৰৰ ।

গণশিল্পী নবীন বড়ো
ইটিভিৰ বাতৰিৰ প্ৰভাৱ, গণশিল্পী নবীন বড়োলৈ সাহাৰ্য মুখ্যমন্ত্ৰী কাৰ্যালয় আৰু সাংসদৰ
গণশিল্পী নবীন বড়ো
ইটিভিৰ বাতৰিৰ প্ৰভাৱ, গণশিল্পী নবীন বড়োলৈ সাহাৰ্য মুখ্যমন্ত্ৰী কাৰ্যালয় আৰু সাংসদৰ
গণশিল্পী নবীন বড়ো
ইটিভিৰ বাতৰিৰ প্ৰভাৱ, গণশিল্পী নবীন বড়োলৈ সাহাৰ্য মুখ্যমন্ত্ৰী কাৰ্যালয় আৰু সাংসদৰ

যাৰ বাবে শনিবাৰে শিল্পী গৰাকীক আনুষ্ঠানিকভাৱে চৰকাৰী সাহাৰ্য প্ৰদান কৰা হয় । মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ হৈ বাক্সা জিলাৰ মুছলপুৰত থকা বাক্সা জিলাৰ ৰাজহ চক্ৰ বিষয়া চিন্ময় পাঠক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীয়ে গণশিল্পী নবীন বড়োৰ ঘৰত উপস্থিত হৈ চাউল, দাইল আৰু ঔষধকে ধৰি অন্যান্য সামগ্ৰী চাৰি মাহলৈ চলিব পৰাকৈ যোগান ধৰাৰ লগতে চেনিটাইজাৰ আৰু মাস্ক প্ৰদান কৰে।

আনহাতে, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াও গণশিল্পী নবীন বড়োৰ ঘৰত উপস্থিত হৈ খৱৰ লোৱাৰ উপৰিও আৰ্থিক সাহাৰ্য প্ৰদান কৰে । উল্লেখ্য যে, চক্ৰ বিষয়া পাঠকে গণশিল্পী গৰাকীৰ শিল্পী পেঞ্চনৰ বাবে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ যাৱতীয় নথিপত্ৰ শীঘ্ৰেই প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.