বাক্সা,16 জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গৈয়াবাৰী সীমান্তৰে বৈ যোৱা বৰনদীয়ে সৃষ্টি কৰিছে তীব্ৰ গৰাখহনীয়া । খেতি পথাৰৰ লগতে অঞ্চলটোৰ গছ-গছনিও উভালি পৰে খহনীয়াৰ ফলত ৷ আনহাতে মটঙানদীৰ খহনীয়াৰ ফলত ইক্ৰাজুলী গাঁৱৰো কেইবাটা পৰিয়ালৰ বিশ বিঘাতকৈ অধিক খেতি মাটি পানীত জাহ যায় ৷ কিন্তু মহকুমা প্ৰশাসনৰ পৰা কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷
বানৰ পিছত বাক্সাত এইবাৰ খহনীয়াৰ তাণ্ডৱ - খহনীয়াৰ তাণ্ডৱ
বানৰ পিচত এইবাৰ খহনীয়াৰ কবলত সমগ্ৰ বাক্সা ৷ মহকুমা প্ৰশাসনৰ পৰা কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ
বানৰ পিছত বাক্সাত এইবাৰ খহনীয়াৰ তাণ্ডৱ
বাক্সা,16 জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গৈয়াবাৰী সীমান্তৰে বৈ যোৱা বৰনদীয়ে সৃষ্টি কৰিছে তীব্ৰ গৰাখহনীয়া । খেতি পথাৰৰ লগতে অঞ্চলটোৰ গছ-গছনিও উভালি পৰে খহনীয়াৰ ফলত ৷ আনহাতে মটঙানদীৰ খহনীয়াৰ ফলত ইক্ৰাজুলী গাঁৱৰো কেইবাটা পৰিয়ালৰ বিশ বিঘাতকৈ অধিক খেতি মাটি পানীত জাহ যায় ৷ কিন্তু মহকুমা প্ৰশাসনৰ পৰা কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷
Intro:বাক্সাত বানৰ পিছত এইবাৰ গৰাহখহনীয়া তিব্ৰ ৰূপ ধাৰণ ।Body:বাক্সা জিলাৰ কেইবাঠাইতো গৰাহখনীয়াই সংহাৰী ৰূপ ধাৰণ । জিলা খনৰ দ্বিতীয়টো বানৰ পানীয়ে আৰম্ভ কৰিছে তীব্ৰ গৰখহনীয়া।
এতিয়া গৰাখহনীয়াই আন এক সমস্যাৰ সৃষ্টি কৰিছে । Conclusion:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গৈয়বাৰী সীমান্তৰে বৈ যোৱা বৰনদীটোৱে ধাৰণ কৰিছে তীব্ৰ গৰাহখহনীয়া । ফলত কেইবাটাও পৰিয়ালৰ খেতি পথাৰৰ তামোলৰ বাৰী গছ গছনী আদি খহাই নিয়া পৰিলক্ষিত হয় ।
আন পিনে মটঙানদীয়ে ইক্ৰাজুলী গাঁৱৰ কেইবাটাও পৰিয়ালৰ বিশ বিঘাতকৈ অধিক খেতি মাটি খহনীয়াত জাহ গৈছে । কিন্তু আজিলৈকে মহকুমা প্ৰশাসনৰ পৰা কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ।
বাইট:= স্থানীয় লোক
Ajit Rabha Baksa
ETV Bharat Assam