বাক্সা,16 জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গৈয়াবাৰী সীমান্তৰে বৈ যোৱা বৰনদীয়ে সৃষ্টি কৰিছে তীব্ৰ গৰাখহনীয়া । খেতি পথাৰৰ লগতে অঞ্চলটোৰ গছ-গছনিও উভালি পৰে খহনীয়াৰ ফলত ৷ আনহাতে মটঙানদীৰ খহনীয়াৰ ফলত ইক্ৰাজুলী গাঁৱৰো কেইবাটা পৰিয়ালৰ বিশ বিঘাতকৈ অধিক খেতি মাটি পানীত জাহ যায় ৷ কিন্তু মহকুমা প্ৰশাসনৰ পৰা কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷
বানৰ পিছত বাক্সাত এইবাৰ খহনীয়াৰ তাণ্ডৱ - খহনীয়াৰ তাণ্ডৱ
বানৰ পিচত এইবাৰ খহনীয়াৰ কবলত সমগ্ৰ বাক্সা ৷ মহকুমা প্ৰশাসনৰ পৰা কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ
![বানৰ পিছত বাক্সাত এইবাৰ খহনীয়াৰ তাণ্ডৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3857389-thumbnail-3x2-op.jpg?imwidth=3840)
বানৰ পিছত বাক্সাত এইবাৰ খহনীয়াৰ তাণ্ডৱ
বাক্সা,16 জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গৈয়াবাৰী সীমান্তৰে বৈ যোৱা বৰনদীয়ে সৃষ্টি কৰিছে তীব্ৰ গৰাখহনীয়া । খেতি পথাৰৰ লগতে অঞ্চলটোৰ গছ-গছনিও উভালি পৰে খহনীয়াৰ ফলত ৷ আনহাতে মটঙানদীৰ খহনীয়াৰ ফলত ইক্ৰাজুলী গাঁৱৰো কেইবাটা পৰিয়ালৰ বিশ বিঘাতকৈ অধিক খেতি মাটি পানীত জাহ যায় ৷ কিন্তু মহকুমা প্ৰশাসনৰ পৰা কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷
বানৰ পিছত বাক্সাত এইবাৰ খহনীয়াৰ তাণ্ডৱ
বানৰ পিছত বাক্সাত এইবাৰ খহনীয়াৰ তাণ্ডৱ
Intro:বাক্সাত বানৰ পিছত এইবাৰ গৰাহখহনীয়া তিব্ৰ ৰূপ ধাৰণ ।Body:বাক্সা জিলাৰ কেইবাঠাইতো গৰাহখনীয়াই সংহাৰী ৰূপ ধাৰণ । জিলা খনৰ দ্বিতীয়টো বানৰ পানীয়ে আৰম্ভ কৰিছে তীব্ৰ গৰখহনীয়া।
এতিয়া গৰাখহনীয়াই আন এক সমস্যাৰ সৃষ্টি কৰিছে । Conclusion:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গৈয়বাৰী সীমান্তৰে বৈ যোৱা বৰনদীটোৱে ধাৰণ কৰিছে তীব্ৰ গৰাহখহনীয়া । ফলত কেইবাটাও পৰিয়ালৰ খেতি পথাৰৰ তামোলৰ বাৰী গছ গছনী আদি খহাই নিয়া পৰিলক্ষিত হয় ।
আন পিনে মটঙানদীয়ে ইক্ৰাজুলী গাঁৱৰ কেইবাটাও পৰিয়ালৰ বিশ বিঘাতকৈ অধিক খেতি মাটি খহনীয়াত জাহ গৈছে । কিন্তু আজিলৈকে মহকুমা প্ৰশাসনৰ পৰা কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ।
বাইট:= স্থানীয় লোক
Ajit Rabha Baksa
ETV Bharat Assam