ETV Bharat / state

বন্যহস্তীৰ আক্ৰমণৰ প্ৰতিৰোধৰ বাবে বনবিভাগৰ বৈদ্যুতিক ফেঞ্চিং! - বাক্সাৰ সীমান্ত অঞ্চলত বৈদ্যুতিক ফেঞ্চিং

তামুলপুৰ মহকুমাৰ অন্তৰ্গত সীমান্ত অঞ্চল সমূহত প্ৰথম অৱস্থাত কৰা হ'ব এই ব্যৱস্থা ৷ ইতিমধ্য সম্পন্ন লেব্ৰা নৈৰ পৰা খাৰ মাটিলৈ প্ৰায় ৫ কি:মি: দৈৰ্ঘৰ বিজুলী তাঁৰৰ কাম ৷

বাক্সাবাসীলৈ সকাহ: শীঘ্ৰে বন্যহস্তীৰ আক্ৰমণৰ প্ৰতিৰোধৰ বাবে বনবিভাগে দিব বৈদ্যুতিক ফেঞ্চিং
author img

By

Published : Nov 19, 2019, 11:36 PM IST

বাক্সা, 19 নৱেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত সীমান্ত অঞ্চলৰ বাসিন্দাসকলৰ বাবে সুখবৰ ৷ অতি শীঘ্ৰে ৰাজ্যৰ ভিতৰত বন্যহস্তীৰ উপদ্ৰৱত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা তামুলপুৰ মহকুমাৰ অন্তৰ্গত সীমান্ত অঞ্চলসমূহত বন বিভাগে দিব বৈদ্যুতিক ফেঞ্চিং ৷ হাতীৰ আক্ৰমণৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰিছে বনবিভাগে ৷ উল্লেখযোগ্য যে, বন্যহস্তীৰ উপদ্ৰৱৰ ফলত তামুলপুৰ মহকুমাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চলসমূহ হৈছে নাগ্ৰীজুলী,গুৱাবাৰী,জয়পুৰ, পাহাৰপুৰ ইত্যাদি অঞ্চল ৷ এই অঞ্চলসমূহত বৰ্তমান দিন দুপৰতে বনৰীয়া হাতীয়ে মুক্ত ভাৱে বিচৰণ কৰি থকা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত বাসিন্দাসকলৰ ঘৰ-বাৰী হেৰুৱাৰ আশংকাৰ লগতে জীৱনৰ প্ৰতিও ভাবুকি নামি আহিছে ৷

বাক্সাবাসীলৈ সকাহ: শীঘ্ৰে বন্যহস্তীৰ আক্ৰমণৰ প্ৰতিৰোধৰ বাবে বনবিভাগে দিব বৈদ্যুতিক ফেঞ্চিং

বৰ্তমান জিলা বন বিভাগে বিভিন্ন বেচৰকাৰী সংস্থাৰ জৰিয়তে সীমান্তত অঞ্চলৰ আশে পাশে বসবাস কৰা লোক সকলক বন্যহস্তীৰ পৰা সুৰক্ষা দিয়াৰ উদ্দেশ্য বাক্সাৰ লেব্ৰা নৈৰ পৰা খাৰ মাটিলৈ প্ৰায় ৫ কি:মি: দৈৰ্ঘৰ বিজুলী তাৰ সংযোগী ফেঞ্চিঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে যাৰ ফলত হাঁহি বিৰিঙি উঠা পৰিলক্ষিত হৈছে অঞ্চলবাসীৰ মুখত ৷

আৰু পঢ়ক: গোলাঘাটৰ উদয়ন চাহ বাগিচাত হাতী মানুহৰ ভয়ংকৰ সংঘাত

Intro:অচিৰেই বন্য হস্তীৰ উপদ্ৰপৰ পৰা ৰক্ষা পৰিব বাক্সা জিলাৰ সীমান্তবাসী ৰাইজ ।

Body:ৰাজ্যৰ ভিতৰতেই আটাইতকৈ বন্য হস্তীয়ে খতিগ্ৰস্থ্য কৰা ঠাইৰ ভিতৰতে অন্যতম বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত সীমান্ত অঞ্চল সমূহ । ইয়াৰ ভিতৰত আটাইতকৈ খতিগ্ৰস্থ্য অঞ্চলসমূহ হৈছে নাগ্ৰীজুলী,গুৱাবাৰী,জয়পুৰ ,পাহাৰপুৰ আদি ঠাই । আনহাতে কিছু কিছু ঠাইত বৰ্তমান সময়ত দিন দুপৰতে বনৰীয়া হাতীয়ে মুক্ত ভাৱে বিচৰণ কৰি থকা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত সীমান্তৰ অঞ্চলবাসী প্ৰতিদিনে ঘৰ বাৰী হেৰুৱাৰ আশংকাৰ লগতে জীৱনৰ সম্পত্তিৰ প্ৰতিও ভাবুকি শ্ৰূৰূপ হৈছে ।
বৰ্তমান জিলা বন বিভাগ আৰু বিভিন্ন বেচৰকাৰী সংস্থাৰ জৰিয়তে সীমান্তত অঞ্চলৰ আশে পাশে বসবাস কৰা লোক সকলক বন্য হস্তীৰ পৰা সুৰক্ষা দিয়াৰ উদ্দেশ্য বাক্সাৰ জিলাৰ লেব্ৰা নৈৰ পৰা খাৰ মাটিলৈ প্ৰায় ৫ কিলোমিটাৰ দীৰ্ঘ্যৰ বিজুলী তাৰ সংযোগী ফেঞ্চিং লগোৱা কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ।

Conclusion:ফলত অঞ্চলবাসীৰ মুখত হাঁহি বিৰিঙি উঠা পৰিলক্ষিত হৈছে । উল্লেখ্য যে বিজুলী তাৰ সংযোগী ফেঞ্চিঙৰ জৰিয়তে হাতী মানুহৰ সংঘাত কিমান দূৰ কৰিব পাৰিব তাক লৈ বন্যপ্ৰাণী সুৰক্ষা কৰ্মী সকলৰ মাজত তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ভাষ্য : ১/২ স্থানীয় লোক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.