তামুলপুৰ, 29 মাৰ্চঃ বাক্সা জিলাৰ তামুলপুৰত কংগ্ৰেছৰ নিৰ্বাচনীসভা ৷ স্থানীয় কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত সভাত অংশগ্ৰহণ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সম্ভাৱ্য কংগ্ৰেছী প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ৷

তামুলপুৰৰ ভোলাজাৰৰ শান্তিপুৰ মোক্তাব প্ৰাথমিক বিদ্যালয়ত কংগ্ৰেছী সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ দলৰ সম্ভাৱ্য প্ৰাৰ্থীগৰাকীয়ে ৷ সভাত অংশগ্ৰহণ কৰি বৰ্তমানৰ সাংসদ হীৰা শৰণীয়াক তীব্ৰ সমালোচনা বড়োৰ৷