তামুলপুৰ, 20 জুলাই : বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গোৱালবিলত মৃতদেহ উদ্ধাৰ । মৃতদেহটো একে গাঁৱৰে চাণক্য দাসৰ ৷ শুকুৰবাৰে সন্ধিয়া পৰত ভৰি ধুবলৈ যোৱাৰে পৰা সন্ধানহীন হৈ আছিল ব্যক্তিগৰাকী । পৰিয়ালৰ লোকে নিশাই বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও নিশালৈকে কোনো ধৰণৰ সম্ভেদ লাভ নকৰিলে । শনিবাৰে পৰিয়ালৰ লোকে ঘৰৰ পিছফালে মৃতদেহটো পুখুৰীত উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়াত ৰাইজ উপস্থিত হৈ তামুলপুৰ থানাৰ আৰক্ষী খবৰ দিয়ে ৷ ঘটনাস্থলীত তামুলপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লৈ যায় । পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ।
তামুলপুৰত মৃতদেহ উদ্ধাৰ - চাণক্য দাস
গোৱালবিলত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটো চাণক্য দাস নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ মৃতদেহ ৷
তামুলপুৰত মৃতদেহ উদ্ধাৰ
তামুলপুৰ, 20 জুলাই : বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গোৱালবিলত মৃতদেহ উদ্ধাৰ । মৃতদেহটো একে গাঁৱৰে চাণক্য দাসৰ ৷ শুকুৰবাৰে সন্ধিয়া পৰত ভৰি ধুবলৈ যোৱাৰে পৰা সন্ধানহীন হৈ আছিল ব্যক্তিগৰাকী । পৰিয়ালৰ লোকে নিশাই বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও নিশালৈকে কোনো ধৰণৰ সম্ভেদ লাভ নকৰিলে । শনিবাৰে পৰিয়ালৰ লোকে ঘৰৰ পিছফালে মৃতদেহটো পুখুৰীত উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়াত ৰাইজ উপস্থিত হৈ তামুলপুৰ থানাৰ আৰক্ষী খবৰ দিয়ে ৷ ঘটনাস্থলীত তামুলপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লৈ যায় । পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ।
Intro:বাক্সাৰ তামুলপুৰত গোৱালবিলত মৃতদেহ উদ্ধাৰ ।
Body:বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গোৱালবিলত মৃতদেহ উদ্ধাৰ । জানিব পৰা মতে গোৱালবিল গাঁৱৰ দুই সন্তানৰ পিতৃ চাণক্য দাসে সন্ধিয়া পৰত ভৰি ধুবলৈ যোৱাৰে পৰা সন্ধিয়াহীন হৈ আছিল । পৰিয়ালৰ লোকে নিশাই বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও নিশা লৈকে কোনো ধৰণৰ সম্ভেদ লাভ নকৰিলে । শনিবাৰে ১০ বজাত পৰিয়ালৰ লোকে পিছফালে মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়াত ৰাইজ উপস্থিত হৈ তামুলপুৰ থানাৰ আৰক্ষী খবৰ দিয়ে ।
Conclusion:ঘটনাস্থলীত তামুলপুৰ আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লয় আহে । পিছত মৃতদেহটো মৰণত্তোৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ।
ভাষ্য :
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।