ETV Bharat / state

হোলী উদযাপন নকৰে চি আৰ পি এফেঃ শ্বহীদ মনেশ্বৰৰ পৰিয়ালেও জনালে আদৰণি - বাক্সা

আত্মঘাটী বোমাৰুৰ আক্ৰমণত দেশৰ চি আৰ পি এফৰ 40 জনকৈ জোৱান শ্বহীদ হোৱাৰ পাচতে হোলী উদযাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ বাহিনীটোৰ ৷ চি আৰ পি এফৰ হোলী উদযাপন নকৰা সিদ্ধান্তক আদৰণি শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ ৷

হোলী উদযাপন নকৰে চি আৰ পি এফ বাহিনীয়ে
author img

By

Published : Mar 21, 2019, 10:16 AM IST

বাক্সা, 21 মাৰ্চ : চিআৰ পি এফৰ হোলী উদযাপন নকৰা সিদ্ধান্তক আদৰণি জনাইছে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ লগতে গাঁওবাসীয়ে ৷

হোলী উদযাপন নকৰে চি আৰ পি এফ বাহিনীয়ে
কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ আত্মঘাটীবোমাৰুৰ আক্ৰমণত দেশৰ চি আৰ পি এফৰ 40 জনকৈ জোৱান শ্বহীদ হোৱাৰ পাচতে হোলী উদযাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ বাহিনীটোৰ ৷ বুধবাৰে চি আৰ পি এফৰ সঞ্চালক আৰ আৰ ভট্টনাগৰে পুলৱামা আক্ৰমণত শ্বহীদ হোৱা জোৱানসকললৈ শ্ৰদ্ধাঞ্জলিজ্ঞাপন কৰি এইবেলি ৰঙৰ উৎসৱ হোলী উদযাপন নকৰাৰ সিদ্ধান্তৰ কথা অৱগত কৰে ৷ ইয়াৰ পাচতে চি আৰ পি এফ বাহিনীৰ এই সিদ্ধান্তক আদৰণি জনাইছে শ্বহীদ মনেশ্বৰ বসুমতাৰী পৰিয়াল আৰু বাক্সা জিলাৰ তামুলপুৰৰ শ্বহীদৰ গাঁওবাসীয়ে ৷

Intro:চি আৰ পি এফৰ হলী নেখেলাৰ সিদ্ধান্তক শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ,গাওঁ বাসীৰ আদৰণি ।

Body:কাশ্মীৰৰ পলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ আত্মঘাটি বোমাৰুৰ আক্ৰমণত দেশৰ নিৰাপত্তাৰসী চি আৰ পি এফৰ ৪০ জনকৈ জোৱান শ্বহীদ হৈছিল । সেয়েহে আজি ৰঙৰ উৎসৱ হোলী নেখেলাৰ সিদ্ধান্ত লৈছে সমগ্র দেশৰ চি আৰ পি এফৰ পৰিয়াল ।

Conclusion:সেয়েহে শ্বহীদ মনেশ্বৰ বসুমতাৰী পৰিয়াল আৰু বাক্সা জিলাৰ তামুলপুৰৰ শ্বহীদৰ খাওঁ বাসীও চি আৰ পি এফৰ সিদ্ধান্তক সঠিক লোৱা বুলি কয় ।

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.