ETV Bharat / state

বাক্সা জিলাৰ উপায়ুক্ত অভিনন্দন জনালে বিটিএডি সাংবাদিক সন্থাই

বাক্সা জিলাৰ নৱ নিযুক্ত জিলা উপায়ুক্ত গৰাকীক আজি আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিলে বিটিএডি সাংবাদিক সন্থাই । আজি বাক্সা জিলা বিটিএডি সাংবাদিক সন্থাই জিলাখনত নতুনকৈ উপায়ুক্ত হিচাপে যোগদান কৰা আয়ুস গাৰ্গক তেখেতৰ নিজা কাৰ্যালয়ত সৌজন্যমূলক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰে।

author img

By

Published : May 24, 2021, 10:15 PM IST

বাক্সা জিলাৰ উপায়ুক্ত অভিনন্দন জনালে বিটিএডি সাংবাদিক সন্থাই
বাক্সা জিলাৰ উপায়ুক্ত অভিনন্দন জনালে বিটিএডি সাংবাদিক সন্থাই

বাক্সা, ২৪ মে’ : বাক্সা জিলাৰ নৱ নিযুক্ত জিলা উপায়ুক্ত গৰাকীক মঙলবাৰে আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিলে বিটিএডি সাংবাদিক সন্থাই । আজি বাক্সা জিলা বিটিএডি সাংবাদিক সন্থাই জিলাখনত নতুনকৈ উপায়ুক্ত হিচাপে যোগদান কৰা আয়ুস গাৰ্গক তেখেতৰ নিজা কাৰ্যালয়ত সৌজন্যমূলক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰে।

উপায়ুক্ত গৰাকীক সাক্ষাৎ কৰি আৰ'নাই আৰু সন্থাৰ মুখপত্ৰ প্ৰদান কৰি অভিনন্দন জ্ঞাপন কৰে। উল্লখ্য যে, অভিনন্দন জ্ঞাপন কৰা সময়ত উপস্থিত থাকে সাংবাদিক সন্থাৰ বাক্সা জিলা সমিতিৰ উপদেষ্টা খ্ৰৌমচাৰ বসুমতাৰী, সাধাৰণ সম্পাদক নিৰেণ কুমাৰ শৰ্মা, পত্ৰিকা সম্পাদক দীপাংকৰ বৰুৱা, সদস্য দেৱজিত নাথ, দিলীপ কুমাৰ বড়ো, নাৰায়ণ পৰাজুলি আৰু অজয় মুছাহাৰী ৷

লগতে পঢ়ক: ক'ভিড প্ৰটকল ভংগ কৰি নলবাৰীৰ বিদ্যুত সংমণ্ডল কাৰ্যালয়ত ভোজভাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.