ETV Bharat / state

বিপিএফৰ কাৰ্যসূচী অনুসৰণ কৰিছে ইউপিপিএলে : সৰস্বতী ৰাভা - baksa

বিপিএফ দলৰ কাৰ্যসূচী অনুসৰণ কৰিহে ইউপিপিএল দলে ৷ দেওবাৰে বাক্সা জিলাৰ আঠিয়াবাৰীত মুছলপুৰ বিপিএফ প্ৰাইমাৰীৰ মহিলাসকলে ৰূপায়ন কৰা চাইকেল ৰেলী কাৰ্যসূচীত এনেদৰে মন্তব্য কৰে মুছলপুৰ মহিলা বিপিএফ দলৰ সভানেত্ৰী সৰস্বতী ৰাভাই ৷

বিপিএফৰ কাৰ্যসূচী
বিপিএফৰ কাৰ্যসূচী
author img

By

Published : Nov 1, 2020, 4:08 PM IST

বৰমা, 1 নৱেম্বৰ: বাক্সা জিলাৰ আঠিয়াবাৰীত মুছলপুৰ বিপিএফ প্ৰাইমাৰীৰ মহিলাসকলে ৰূপায়ন কৰে চাইকেল ৰেলী কাৰ্যসূচী ৷ পুৱা প্ৰায় ১০ বজাৰ পৰা মহিলা সকলে আৰম্ভণি কৰে চাইকেল ৰেলী কাৰ্যসূচীৰ ৷ এই কাৰ্যসূচী মুকলি কৰে মুছলপুৰ মহিলা বিপিএফ দলৰ সভানেত্ৰী সৰস্বতী ৰাভাই ৷

বিপিএফৰ কাৰ্যসূচী অনুসৰণ কৰিছে ইউপিপিএলে: সৰস্বতী ৰাভা

এই কাৰ্যসূচীৰ দ্বাৰা মহিলাসকলে সমষ্টটোৰ লোকসকলক বুজাই দিব বিচাৰিছে যে, ভোটাধিকাৰৰ ক্ষেত্ৰত সক্ৰিয় হোৱাৰ লগতে কোনটো দলক ভোট দিলে বিটিচি অঞ্চলৰ ঐক্য, শান্তি আৰু প্ৰগতি বৰ্তি থাকিব ৷ আনহাতে সেই সমষ্টিটোত বিপিএফ দলেই জয় লাভ কৰিব বুলিও উল্লেখ কৰে মুছলপুৰ মহিলা বিপিএফ দলৰ সভানেত্ৰী সৰস্বতী ৰাভাই ৷ ইয়াৰোপৰি বিপিএফৰ কাৰ্যসূচী ইউপিপিএল দলে অনুসৰণ কৰি আছে বুলিও উল্লেখ কৰে সভানেত্ৰী গৰাকীয়ে ৷ লগতে বিটিচিত বিপিএফ দলেই চৰকাৰ গঠন কৰিব বুলিও উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক: বাক্সাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.