ETV Bharat / state

বৰমা প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন - যেন এটা মনোৰম গান

বাক্সা জিলাৰ বৰমা প্ৰেছ ক্লাৱত দেওবাৰে গণেশ্বৰ দেৱ শৰ্মাৰ দ্বাৰা ৰচিত "যেন এটা মনোৰম গান" (কবিতা সংকলন) আৰু "পহৰা-চকীৰ সংলাপ আৰু অন্যান্য"( একাংকিকা নাট আৰু চৰিত্ৰাভিনয় - সংকলন) এই দুখন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰীয়ে ৷

বাক্সা জিলাৰ বৰমাত দুখনকৈ গ্ৰন্থ উন্মোচন

author img

By

Published : Feb 8, 2021, 8:33 AM IST

Updated : Feb 8, 2021, 8:49 AM IST

বাক্সা,8 ফেব্ৰুৱাৰী: বাক্সা জিলাৰ বৰমা প্ৰেছ ক্লাৱত দেওবাৰে উন্মোচন কৰা হয় দুখনকৈ গ্ৰন্থ ৷ এই গ্ৰন্থ উন্মোচনী সভাত সাভাপতিত্ব কৰে বাক্সা প্ৰেছ ক্লাৱৰ সভাপতি আলকাচ আলিয়ে ৷

গণেশ্বৰ দেৱ শৰ্মাৰ দ্বাৰা ৰচিত "যেন এটা মনোৰম গান" (কবিতা সংকলন) আৰু "পহৰা - চকীৰ সংলাপ আৰু অন্যান্য"( একাংকিকা নাট আৰু চৰিত্ৰাভিনয় - সংকলন) এই দুখন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰীয়ে ৷

বাক্সাৰ এই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট শিক্ষাবিদ ফনিধৰ তালুকদাৰ, নৃপেন্দ্ৰ নাথ শৰ্মা, ৰমেশ চন্দ্ৰ শৰ্মা,মঃ ইচলামুদ্দিন আহমেদৰ লগতে বৰমাৰ অঞ্চলৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে,গণেশ্বৰ দেৱ শৰ্মাৰ দ্বাৰা ৰচিত গ্ৰন্থ উন্মোচনী অনুস্থানৰ বন্তি প্ৰজ্বলন কৰে বৰমাৰ বিশিষ্ট সাংবাদিক দিলীপ হালৈয়ে ৷

লগতে পঢ়ক : মিত্ৰতাত মেলিল নেকি ফাঁট ! AIUDFৰ সভাত কংগ্ৰেছ বিধায়ক মুৰ্দাবাদ ধ্বনি

Last Updated : Feb 8, 2021, 8:49 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.