ETV Bharat / state

বড়ো নেতৃত্বক আদৰিবলৈ সাজু বাক্সাৰ বৰবৰীৰ এন ডি এফ বি ডেজিগনেটেড কেম্প

author img

By

Published : Jan 28, 2020, 12:20 PM IST

Updated : Jan 28, 2020, 12:44 PM IST

বড়োভূমিত উছাহৰ ধল ৷ বড়ো নেতৃবৃন্দই শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছতে এতিয়া বড়োভূমিত সৃষ্টি হৈছে উছৱমুখৰ পৰিৱেশৰ ৷ শান্তি চুক্তিত অংশগ্ৰহণকাৰী সকলক আদৰিবলৈ সাজু বাক্সাৰ বৰবৰীৰ এন ডি এফ বি ডেজিগনেটেড কেম্প ৷

warm welcome to bodo leader
বড়ো নেতৃত্বক আদৰিবলৈ সাজু এন ডি এফ বি ডেজিগনেটেড কেম্প

বাক্সা,28 জানুৱাৰীঃ এন ডি এফ বিৰ সৈতে চৰকাৰৰ নতুন চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হৈছে বাক্সাৰ বৰবৰী এন ডি এফ বি ডেজিগনেটেড কেম্পত ৷ চুক্তি স্বাক্ষৰকাৰী নেতৃবৃন্দই নতুন দিল্লীৰ পৰা পোনে পোনে আহিব বাক্সাৰ বৰবৰীলৈ ৷ শান্তি চুক্তিত অংশগ্ৰহণকাৰী সকলক আদৰিবলৈ সাজু হৈ উঠিছে বাক্সাৰ বৰবৰীৰ এন ডি এফ বি ডেজিগনেটেড কেম্প ৷

বড়ো নেতৃত্বক আদৰিবলৈ সাজু বাক্সাৰ বৰবৰীৰ এন ডি এফ বি ডেজিগনেটেড কেম্প

প্ৰায় ৫০ বছৰীয়া সংগ্ৰাম তথা বড়ো যুৱকৰ শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত সম্প্ৰতি স্বাক্ষৰিত হৈছে এই শান্তি চুক্তি ৷ নতুন দিল্লীত ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে বি টি এডিত বড়োসকলৰ মাজত বৈছে আনন্দৰ বন্যা ৷

লগতে পঢ়কঃখাম, চিফুঙৰ তালে তালে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি ফটকা ফুটাই আনন্দ উল্লাস

Intro:শান্তি চুক্তিত অংশগ্ৰহণ কাৰী সকলক আদৰিবলৈ সাজু বাক্সাৰ বৰবুৰীৰ এন ডি এফ বি ডিজিকনেটেত কেম্প।Body:- এন ডি এফ বিৰে চৰকাৰৰ নতুন চুক্তি স্বাক্ষৰিত হোৱাৰ পাচত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হৈছে বাক্সাৰ বৰবৰী এন ডি এফ বি ডেজিগনেটেড শিবিৰত ৷ চুক্তি স্বাক্ষৰ কাৰী সকল নতুন দিল্লীৰ পৰা পোনে পোনে বাক্সাৰ বৰবৰীলৈ আহিব বুলি জানিব পাৰি বিজয় উৎসৱৰ বাবে সাজু হোৱা দেখা গৈছে বৰবৰী এন ডি এফ বি ডেজিগনেটেড শিবিৰত

Conclusion:প্ৰায় ৫০ বছৰীয়া সংগ্ৰামৰ লগতে কেইবাহাজাৰ বড়ো যুৱকৰ শ্বহীদৰ অন্তত আজি বিটিএডিত বড়োসকলৰ মাজত বৈছে আনন্দৰ বন্যা৷ নতুন দিল্লীত ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে বিটিএডিত ব্যাপক আনন্দত আত্মহাৰা হৈ পৰিছে পূৰ্বৰ বিটিচিৰ পৰা বিটি আৰলৈ ৰূপায়িত।

ভাষ্য :১/২ স্থানীয় লোক ৩/প্ৰাক্তন ডি এফ বিৰ সদস্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।
Last Updated : Jan 28, 2020, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.