ETV Bharat / state

মুক্তি বাবে অপেক্ষাৰত বড়ো ছবি "চিনাইথি" দ্যা আইডেনটিটি

বৰমা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ছবিখন মুক্তি দিয়া হ'ব বুলি সদৰী কৰে পৰিচালক গৰাকীয়ে

মুক্তি বাবে অপেক্ষাৰত বড়ো ছবি "চিনাইথি" দ্যা আইডেনটিটি
author img

By

Published : Sep 8, 2019, 9:38 PM IST

বাক্সা, 8 চেপ্তেম্বৰঃ বাক্সাৰ বৰমাৰ 'ডাৰ্ক হৰ্স মেডিয়া'ৰ প্ৰথম নিবেদন বড়ো ভাষাৰ ছবি "চিনাইথি" দ্যা আইডেনটিটি 15 চেপ্তেম্বৰত মুক্তি লাভ কৰিব ৷ দেওবাৰে এই কথা সদৰী কৰিলে ছবিৰ পৰিচালক ফুংবিলিয়ে ৷ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ছবিখন মুক্তি দিয়া হ'ব বুলি সদৰী কৰে পৰিচালক গৰাকীয়ে ৷ সঞ্জীৱ বড়োই চিত্ৰগ্ৰহণ কৰা ছবিখনত নৃত্য নিৰ্দেশনাৰ দায়িত্বত আছে নিকোদিম নাৰ্জাৰী ৷ আনহাতে, সুলেন মোছাহাৰীয়ে লিখা ছবিখনক সম্পাদনা কৰিছে অনসুমা বসুমতাৰী আৰু দানিয়াল স্বৰ্গীয়াৰীয়ে ৷ ছবিখনত সংগীত পৰিচালনাৰ দায়িত্বত আছে বিৰাজ মোছাহাৰী ৷ কন্ঠদান কৰিছে বিৰাজ মোছাহাৰী, গীতাশ্ৰী ৰামছিয়াৰী, জনালী স্বৰ্গীয়াৰী আৰু বিৰখাং ব্ৰহ্মই ৷ ছবিৰ অভিনেতা- অভিনেত্ৰীসকল ক্ৰমে, ৰংজালু ( ৰণ) নাৰ্জাৰী, ফুজি বসুমতাৰী, কমলেশ্বৰ বসুমতাৰী, ৰিংকুমণি নাৰ্জাৰী, মিনু লাহাৰী, থাখ্লাই, মেন্দেলা, ৰুমি বসুমতাৰী, ফাখন আৰু বিৰখাং ৷ ছবিৰ প্ৰযোজক অনসুমা বসুমতাৰী আৰু দানিয়াল স্বৰ্গীয়াৰীৰ ৷

Intro:বড়ো ছবি " চিনাইথি " " দ্যা আইডেনটিটি " ৰ শুভ মুক্তি ১৫ ছেপ্তেম্বৰত ।Body:বাক্সা জিলাৰ বৰমাৰ ডাৰ্ক হৰ্স মেডিয়াৰ প্ৰথম নিবেদন বড়ো ভাষাৰ ছবি " চিনাইথি " " দ্যা আইডেনটিটি " ১৫ ছেপ্তেম্বৰত বাক্সা জিলাৰ বৰমা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত মুক্তি দিয়া হ'ব বুলি ছবিৰ পৰিচালক ফুংবিলিয়ে সদৰী কৰে । তেওঁ জানিবলৈ দিয়া মতে ছবিখন উদ্বোধন কৰিব বড়ো সাহিত্য সভাৰ উপ সভাপতি কমলাকান্ত মছাহাৰীয়ে । উক্ত ছবি উদ্বোধনী সভাত কন্ঠশিল্পী বিৰাজ মছাহাৰী, গীতাশ্ৰী ৰামছিয়াৰী, জোনালী ৰামছিয়াৰী আৰু বিৰখাং ব্ৰহ্ম সকলে গীত পৰিবেশন কৰাৰ লগতে ফুজি বসুমতাৰী, ৰণ নাৰ্জাৰী, ৰিংকুমণি ব্ৰহ্ম, মেন্দেলা, থাখ্লাই সকলে নৃত্য- কৌতুক অভিনয় পৰিৱেশন কৰিব
৷ সঞ্জীৱ বড়োই চিত্ৰগ্ৰহণ কৰা ছবিখনত নৃত্য নিৰ্দেশনাৰ দায়িত্বত আছে নিকোদিম নাৰ্জাৰীয়ে ৷ সুলেন মোছাহাৰীয়ে লিখা ছবিখনক সম্পাদনা কৰিছে অনসুমা বসুমতাৰী আৰু দানিয়াল স্বৰ্গীয়াৰীয়ে ৷ বিৰাজ মোছাহাৰীয়ে সংগীত পৰিচালনাৰ দায়িত্বত থকা ছবিখনত কন্ঠদান কৰিছে বিৰাজ মোছাহাৰী, গীতাশ্ৰী ৰামছিয়াৰী, জনালী স্বৰ্গীয়াৰী আৰু বিৰখাং ব্ৰহ্মই ৷Conclusion: মেক আপ জগত বড়োৰ ৷ ছবিৰ অভিনেতা- অভিনেত্ৰীসকল ৰংজালু ( ৰণ) নাৰ্জাৰী, ফুজি বসুমতাৰী, কমলেশ্বৰ বসুমতাৰী, ৰিংকুমণি নাৰ্জাৰী, মিনু লাহাৰী, থাখ্লাই, মেন্দেলা, ৰুমি বসুমতাৰী, ফাখন আৰু বিৰখাং ৷ ছবিৰ প্ৰযোজক অনসুমা বসুমতাৰী আৰু দানিয়াল স্বৰ্গীয়াৰীৰ ৷

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.