ETV Bharat / state

বানপানীতনো আমি কি কৰিম, এতিয়া আমি বৰষুণ কমিবলৈ খাতিব লাগে: ভৱেশ কলিতা

author img

By

Published : Jun 18, 2022, 12:22 PM IST

বানপানীতনো আমি কি কৰিম, এতিয়া আমি মাথো বৰষুণ কমিবলৈ খাতিব লাগে ৷ শুকুৰবাৰে গোৰেশ্বৰত বানাক্ৰান্তৰ শিবিৰত উপস্থিত হৈ ৰঙিয়া বিধানসভাৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এই মন্তব্য (Bhabesh kalita visited flooded area) ৷

"বানপানীতনো আমি কি কৰিম, এতিয়া আমি বৰষুণ কমিবলৈ খাতিব লাগে"- ভৱেশ কলিতা
http://10.10.50.80:6060///finalout3/assam-nle/finalout/18-June-2022/15592190_bhabesh.mp4

গোৰেশ্বৰ, 18 জুন: ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি (Assam flood) ৷ পুঠিমাৰী নৈৰ তিনিটাকৈ মথাউৰি ভগাৰ ফলত গোৰেশ্বৰৰ বহুকেইটা ৱাৰ্ডৰ লগতে মাদলৱাৰী, পুখুৰীপাৰ, বগৰীবাৰী,নিজ কুছলা,চেনীগাঁও,খৈৰাবাৰী আদি অঞ্চল বানপানীত বৃহৎ ক্ষতিগ্ৰস্ত হয় ৷ শুকুৰবাৰে গোৰেশ্বৰত বানাক্ৰান্তৰ শিৱিৰত উপস্থিত হয় ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (Bhabesh kalita visited flooded area) ৷

http://1বানপানীতনো আমি কি কৰিম, এতিয়া আমি বৰষুণ কমিবলৈ খাতিব লাগে: ভৱেশ কলিতা0.10.50.80:6060///finalout3/assam-nle/finalout/18-June-2022/15592190_bhabesh.mp4

কলিতাই গোৰেশ্বৰৰ ২ নং ৰৌমাৰী শিবিৰত উপস্থিত হৈ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ দুখ-দুৰ্দশাৰ বুজ লোৱা উপৰি খাদ্য সামগ্ৰী বিতৰণৰ বুজ লয় ৷ লগতে বিধায়কগৰাকীয়ে তামুলপুৰ জিলাৰ উপায়ুক্তৰ সৈতে সাহাৰ্য প্ৰদানৰ বাবে কথা পতা বুলি সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ৷ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰৰ হাতত পৰ্যাপ্ত পৰিমাণে সাহাৰ্য মজুত আছে বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷

বানপানীৰ সন্দৰ্ভত প্ৰশ্ন সোধোতে বিধায়কগৰাকীয়ে কয় "বানপানীতনো আমি কি কৰিম, এতিয়া আমি মাথো বৰষুণ কমিবলৈ খাতিব লাগে ৷"

লগতে পঢ়ক : বান বিভীষিকাৰ মাজতে ৰাজ্য়জুৰি কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.