ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাৰ আঢ়ৈ লাখটকীয়া বাঁহৰ দলং মুকলি - BAKSHA

কুমাৰীকাটা- কাউলী সংযোগী পথৰ মটঙা নদীৰ ওপৰত স্থানীয় ৰাইজে নিৰ্মাণ কৰিলে আঢ়ৈ লাখটকীয়া বাঁহৰ দলং৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰায় পাঁচ শতাধিক ৰাইজৰ লগতে বহু সংখ্যক ছাত্ৰী-ছাত্ৰী

বাক্সাৰ কুমাৰীকাটাৰ আঢ়ৈ লাখটকীয়া বাঁহৰ দলং মুকলি
author img

By

Published : Aug 28, 2019, 6:07 PM IST

বাক্সা, 28 আগষ্টঃ কুমাৰীকাটা কাউলী সংযোগী পথত নিৰ্মাণ কৰা শৰাইঘাটৰ অনুৰূপ বাঁহৰ দলঙে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটা- কাউলী সংযোগী পথৰ মটঙা নদীৰ ওপৰত স্থানীয় ৰাইজে নিৰ্মাণ কৰিছে দলংখন । ২৮ আগষ্ট বুধবাৰে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক ভীম বৈশ্য নামৰ লোকজনে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে দলংখন ।

Bamboo Bridge Inauguration at Baksha
বাক্সাৰ কুমাৰীকাটাৰ আঢ়ৈ লাখটকীয়া বাঁহৰ দলং মুকলি

দলংখন নিৰ্মাণৰ ফলত স্থানীয় ৰাইজৰ লগতে বিশেষভাৱে উপকৃত হ'ব অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী ৷ এই আঢ়ৈ লাখটকীয়া বাঁহৰ দলংখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰায় পাঁচ শতাধিক ৰাইজৰ লগতে বহু সংখ্যক ছাত্ৰী-ছাত্ৰী৷

Intro:বাক্সাৰ কুমাৰীকাটাৰ আড়ৈ লাখটকীয়া বাহৰ দলং মুকলি

Body:যোৱা কিছু দিন পুৰ্বে কুমাৰীকাটা কাউলী সংযোগী পথত
শৰাইঘাটৰ অনুৰূপ বাহৰ দলং নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই দলংখন একমাত্ৰ ইটিভি ভাৰতত প্ৰথমে সম্প্ৰচাৰ হৈছিল আৰু এই দলংখন
৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটা- কাউলী সংযোগী পথৰ মটঙানদীৰ ওপৰত আছে । ফলত আজি ২৮ আগষ্ট বুধবাৰে
স্থানীয় এগৰাকী জেষ্ঠ্য নাগৰিক ব্যক্তি ভীম বৈশ্য নামৰ লোকজনে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ।
দলংখন নিৰ্মাণ কৰা যুৱক এজনে দলংখন শুভাৰম্ভ কৰাৰ পিছত আবেগিক হৈ পৰে । আনহাতে ছাত্র ছাত্ৰী সকলেও আজি দলংখন মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকি কয় যে তেওঁলোকৰ বিদ্যালয়ত অহা যোৱাৰ বাবে যথেষ্ঠ সহায়ক হব বুলি কয় ।

Conclusion:আজিৰ এই আড়ৈ লাখটকীয়া বাহৰ দলংখন শুভাৰম্ভ কৰা অনুষ্ঠানত স্থানীয় প্ৰায় পাঁচ শতাধিক ৰাইজৰ লগতে ছাত্র ছাত্রী সকলে উপস্থিত থাকে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.