ETV Bharat / state

উদ্ধাৰ হ'ল ঠাকুৰ নেৱাৰৰ মৃতদেহ ! গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দশম শ্ৰেণীৰ ছাত্ৰগৰাকী - বাঙালীপাৰা

উদ্ধাৰ হ'ল দেওবাৰৰ পৰা সন্ধানহীন হৈ থকা বাঙালীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র ঠাকুৰ নেৱাৰৰ মৃতদেহ ৷ ঘটনাস্থলীৰ পৰা প্ৰায় 10 কিলোমিটাৰ আঁতৰত উদ্ধাৰ ঠাকুৰ নেৱাৰৰ

উদ্ধাৰ হ'ল ঠাকুৰ নেৱাৰৰ মৃতদেহ !
author img

By

Published : Aug 14, 2019, 8:18 AM IST

তামুলপুৰ, 14 আগষ্টঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বাঙালীপাৰা গাঁৱৰ ৰাজু নেৱাৰৰ পুত্ৰ ঠাকুৰ নেৱাৰৰ মৃতদেহ উদ্ধাৰ ৷ বাঙালীপাৰা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল ঠাকুৰ নেৱাৰ ৷ নদীত গা ধুবলৈ গৈ দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন ৷ অৱশেষত মঙলবাৰে গোৰেশ্বৰৰ নিজকোছোলা গাঁৱৰ পুঠিমাৰী নৈৰ ঘাটত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ছাত্ৰজনৰ মৃতদেহ ।

উদ্ধাৰ হ'ল ঠাকুৰ নেৱাৰৰ মৃতদেহ !

দহজনীয়া বন্ধুৰ সৈতে গা ধুবলৈ আহিছিল যদিও নৈৰ প্ৰবাল সোঁতত উটি গৈছিল ঠাকুৰ নেৱাৰ । স্থানীয় ৰাইজৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল যদিও উদ্ধাৰ কৰিব পৰা নাছিল ছাত্রজনক ৷ পিচত মঙলবাৰে দুপৰীয়া নিজকোছোলা গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়াত পৰিয়ালৰ লোক আহি মৃতদেহটো ঠাকুৰ নেৱাৰৰ বুলি চিনাক্ত কৰে।

Intro:যোৱা ৰবিবাৰৰ পৰা নন্ধান হীন হৈ থকা বঙালিপাৰা উচ্চমাধ্যমিক বিদ্যালয়ৰ ছাত্র ঠাকুৰ নেৱাৰৰ মৃত দেহ ঘটনা স্থলী ৰ পৰা প্ৰায় ১০ কিলোমিটাৰ আতৰত উদ্ধাৰ।Body:তামুলপুৰ।
১৩/৮/১৯.
তামুলপুৰ মহকুমাৰ আন্তৰ্গত বাঙালী পাৰা গাৱৰ ৰাজু নেৱাৰৰ পুত্ৰ বাঙালী পাৰা হাইস্কুলত অধ্যয়ন ৰত দশম শ্ৰেণীৰ ছাত্ৰ ঠাকুৰ নেৱাৰৰ মৃত দেহ আজি গোৰেশ্বৰ ৰ নিজকোছোলা গাৱৰ পুঠিমাৰী নৈৰ ঘাটট স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।ঠাকুৰ নেৱাৰে যোৱা ৰবিবাৰে সমনীয়াৰ সৈতে নৈত গা ধোৱ গৈ গা ধুই থাকোতে পানীৰ সোতত উটি গৈছিল।স্থানীয় ৰাইজৰ লগতে এছ ডি আৰ এফ বাহিনী য়ে উদ্ধাৰ অভিযান চলাইও ছাত্র জনক উদ্ধাৰ কৰিব নোৱাৰী উদ্ধাৰ অভিযান ৰ সামৰণি মাৰিছিল।ঠাকুৰ নেৱাৰৰ মৃতদেহ আজি দুপৰীয়া নিজকোছোলা গাৱৰ ৰাইজে প্ৰত্যক্ষ কৰি খা খৱৰ দিয়াত পৰিয়ালৰ লোক আহি মৃতদেহ টো ঠাকুৰ নেৱাৰৰ বুলি চিনাক্ত কৰে।
তামুলপুৰ ৰ পৰা দ্বীপেন শৰ্মা।ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.