ETV Bharat / state

বিটিচিত অধিকাৰৰ পৰা বঞ্চিত হৈছে মহিলাসকল - বিটিচিৰ পৰিষদীয় নিৰ্বাচন

বিটিএডিত নিকৃষ্ট ৰাজনীতি কৰিছে বিপিএফ দলেঃ বিনা গয়াৰী, ইউপিপিএল মহিলা গোটৰ সভানেত্ৰী ৷

বিটিএডিত নিকৃষ্ট ৰাজনীতি কৰিছে বিপিএফ দলে

author img

By

Published : Jun 17, 2020, 4:18 AM IST

বৰমা, 16 জুন : বাক্সা জিলাৰ 24 নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হৈ ইউপিপিএল দলৰ কেন্দ্ৰীয় মহিলা কোষৰ সভানেত্ৰী বিনা গয়াৰীয়ে কয় বিপিএফ দলে নিকৃষ্ট ৰাজনীতি কৰিছে ৷ নিজৰ খেয়াল খুচি মতে বিটিএডিত 17 বছৰ শাসন কৰিলে য'ত মহিলাসকলৰ কাৰণে একো উন্নয়ন কৰিব নোৱাৰিলে ৷ মহিলা সৱলীকৰণ কৰা বুলি সততে হাগ্ৰামা মহিলাৰীয়ে ভাষণ দি থাকে কিন্তু একো কৰিব নোৱাৰিলে বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

বিটিএডিত নিকৃষ্ট ৰাজনীতি কৰিছে বিপিএফ দলে

বিপিএফ দলে এতিয়া পতাকাৰ ৰাজনীতি কৰিছে ৷ গণ ভিত্তি নোহোৱা বিপিএফ দলে ৰাষ্টাৰ কাষে কাষে, পদুলিয়ে পদুলিয়ে দলৰ পতাকা আঁৰি দিছে ৷ যি পতাকা দলৰ চিনাকি, সন্মানৰ প্ৰতীক চিন তাক য'তে ত'তে ব্যৱহাৰ কৰা কাৰ্য ধিক্কাৰৰ যোগ্য বুলি কয় সভানেত্ৰীগৰাকীয়ে ৷ আনহাতে এইবাৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে ক্ষমতালৈ আহিব বুলিও কয় বিনা গয়াৰীয়ে ৷

লগতে পঢ়কঃ গালৱান ভেলীৰ পৰা সৈনিক প্ৰত্যাহাৰ ভাৰত-চীনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.