ETV Bharat / state

বাক্সাত পথ দুৰ্ঘটনাঃ এজন নিহত

বাক্সাত ভয়ানক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় প্ৰাত: ভ্ৰমণলৈ যোৱা কালিচৰণ তালুকদাৰ নামৰ এজন ব্যক্তি ৷ যাত্ৰীবাহী এখন বাছে খুন্দিওৱা ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

author img

By

Published : Dec 3, 2020, 10:59 AM IST

baksa-accident
বাক্সাত পথ দুৰ্ঘটনা

বাক্সা,৩ ডিচেম্বৰ: বৃহস্পতিবাৰে পুৱাই বাক্সাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ প্ৰাতঃ ভ্ৰমণলৈ যোৱা অৱস্থাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন ব্যক্তি ৷ নিহত ব্যক্তিজন বৰমাৰ বাসিন্দা কালিচৰণ তালুকদাৰ বুলি জানিব পৰা গৈছে ৷

baksa-accident
বাক্সাত পথ দুৰ্ঘটনা

প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ পৰা বৰপেটাৰোড অভিমুখে গৈ থকা যাত্ৰীবাহী এখন বাছে খুন্দিয়াই প্ৰাতঃ ভ্ৰমণলৈ যোৱা কালিচৰণক ৷ যাৰ ফলত থিতাতে নিহত হয় লোকজনৰ ৷

অন্য এক খবৰৰ বাবে: য়েছে দৰজে ঠংচিলৈ ২০২০ বৰ্ষৰ "চ্যুকাফা বঁটা" প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.