ETV Bharat / state

Awarness program at Goreswar:গোৰেশ্বৰত অগ্নি নিৰ্বাপক বাহিনীৰ সজাগতা প্ৰশিক্ষণ

author img

By

Published : Oct 22, 2022, 10:18 PM IST

গোৰেশ্বৰৰ জ্ঞান জ্যোতি একাডেমী কনিষ্ঠ মহাবিদ্যালয় চৌহদত অগ্নি নিৰ্বাপক বাহিনীৰ সজাগতা সভা (Fire Brigade Awareness Meeting at Goreswar) । দুৰ্যোগৰ সময়ত কিদৰে সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে প্ৰশিক্ষণ দিয়া হয় ।

গোৰেশ্বৰত অগ্নি নিৰ্বাপক বাহিনীৰ সজাগতা প্ৰশিক্ষণ

তামুলপুৰ, ২২ অক্টোবৰ: গোৰেশ্বৰত অগ্নি নিৰ্বাপক বাহিনীৰ সজাগতা সভা (Awareness programme of Fire Brigade) সম্পন্ন হয় । শণিবাৰে গোৰেশ্বৰৰ জ্ঞান জ্যোতি একাডেমী কনিষ্ঠ মহাবিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই উপলক্ষে উপস্থিত হয় গোৰেশ্বৰ অগ্নি নিৰ্বাপক বাহিনীৰ এটি দল ।

একাডেমীখনত উপস্থিত হৈ ছাত্র-ছাত্রীসকলৰ মাজত এক সজাগতা সভাৰ আয়োজন কৰে অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে । দুৰ্যোগৰ সময়ত কিদৰে সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে গোৰেশ্বৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়ে ।

এই উপলক্ষে আয়োজিত সভাত দুৰ্যোগ আৰু আপাত কালীন সেৱাৰ সময়ত ল'বলগীয়া সাৱধানতা (Precautions during emergency services at Goreswar) আৰু প্ৰশমনৰ বিষয়ে ছাত্র-ছাত্ৰীসকলক সুন্দৰ ভাবে প্ৰশিক্ষণ দিয়া হয় । এই সজাগতা সভাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অমূল্য ইংতি আৰু বিজয় শৰ্মা ।

ইপিনে, অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৰ বিষয়াগৰাকীয়ে কয় যে আজিৰ এই সজাগতা সভাখন মুখ্য কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা হৈছে । কিয়নো দুৰ্যোগ আৰু আপাত কালীন সেৱাৰ সময়ত কিদৰে নিজৰ জীৱন ৰক্ষা কৰি পাৰি তাৰ বাবে প্ৰশিক্ষণ দিয়া হয় ।

লগতে পঢ়ক:Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটৰ্ঘনাত থিতাতে নিহত এগৰাকী মহিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.