ETV Bharat / state

বৰমাত প্ৰাথমিক বিদ্যালয়ৰ সমুখত পথ দুৰ্ঘটনাঃ কথমপি প্ৰাণৰক্ষা ছাত্ৰ-ছাত্ৰীৰ - accident

বৰমা থানাৰ নিচেই কাষতে থকা ৫৭০ নং বৰমা সুমতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ পদুলীত ইটা ভৰ্ত্তি ট্ৰেক্টৰ বাগৰি পৰাত দুজন লোক গুৰুতৰ ভাৱে আহত

বৰমাত প্ৰাথমিক বিদ্যালয়ৰ সমুখত সংঘটিত পথ দুৰ্ঘটনা
author img

By

Published : Apr 2, 2019, 4:49 PM IST

বৰমা, ২ মাৰ্চঃবৰমা থানাৰ সমীপৰ 570 নং বৰমা সুমতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ পদুলীত ইটা ভৰ্ত্তি ট্ৰেক্টৰ বাগৰি পৰাতদুজন লোক গুৰুতৰ ভাৱে আহত হয় ৷ আহত লোক দুজন ক্ৰমে নলবাৰী জিলাৰ চাপ্লাইকুছিৰ চালক মখলেৰুৰ ৰহমান আৰু কৰ্মচাৰী সুৰেশ ৰাজবংশী ৷

বৰমাত প্ৰাথমিক বিদ্যালয়ৰ সমুখত সংঘটিত পথ দুৰ্ঘটনা

বিদ্যালয় ছুটি হোৱাৰ মাথো কিছু সময়ৰ পিচতে সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত ঘটনাটোৰ পৰা ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে কণ কণ ছাত্ৰী ছাত্ৰী সকল ৷ উল্লেখ্য যে বাইক আৰোহীক ৰক্ষা কৰিবলৈ গৈ ট্ৰেক্টৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে ৷

Intro:বৰমা থানাৰ কাষতে ৫৭০ নং বৰমা সুমতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ পদুলীত ইটা ভৰ্তি ট্ৰেক্টৰ দুৰ্ঘটনাঃ আশংকা বিপদৰ পৰা ৰক্ষাঃBody:বৰমা, ২ মাৰ্চঃ
বৰমা থানাৰ নিচেই কাষতে থকা ৫৭০ নং বৰমা সুমতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ পদুলীত ইটা ভৰ্ত্তি ট্ৰেক্টৰ বাগৰি পৰাত দুজন লোক গুৰুতৰ ভাবে আহত হয় ৷ আহত চালক মখলেৰুৰ ৰহমান আৰু কৰ্মচাৰী সুৰেশ ৰাজবংশী নলবাৰী জিলাৰ চাপ্লাইকুছিৰ ৷ স্কুল চুটিৰ কেইমিনিটমান আগতে সংঘটিত হোৱা ঘটনাটোৰ পৰা ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল কণ কণ ছাত্ৰী ছাত্ৰী সকল ৷ জানিব দিয়া মতে বাইক আৰোহীক ৰক্ষা কৰিবলৈ গৈ ট্ৰেক্টৰে দুৰ্ঘটনাগ্ৰস্থ হবলগীয়া হয় ৷ Conclusion:সেই সময়ত স্কুল চুটি হোৱা হলে ভয়ংকৰ বিপদৰ সন্মুখীন হলহেঁতেন আজি বৰমা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.