ETV Bharat / state

কংগ্ৰেছে বিটিএডিত বড়ো-অবড়োৰ ভাগ-বতৰা কৰিছেঃ হিতেশ বসুমতাৰী

5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি, এজিপি আৰু বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই 63 নং চাপাগুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে ৷

author img

By

Published : Apr 14, 2019, 10:31 AM IST

কংগ্ৰেছে বিটিএডিত বড়ো-অবড়ো ভাগ-বতৰা কৰিছে-হিতেশ বসুমতাৰী

বৰমা, 13 এপ্ৰিলঃ বিটিচি গঠনৰ পূৰ্বে এই অঞ্চলৰ যাতায়ত ব্যৱস্থা বহু পিছপৰা আছিল লগতে গাঁও সমূহৰ আন্তঃগাথনিও বহু দুৰ্বল আছিল ৷ একাংশ লোকে ৰাজনৈতিক ক্ষমতাৰ লোভত ৰাইজক বিপথে পৰিচালনা কৰি আহিছে- এই মন্তব্য চাপাগুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ ৷

কংগ্ৰেছে বিটিএডিত বড়ো-অবড়ো ভাগ-বতৰা কৰিছে-হিতেশ বসুমতাৰী

দেওবাৰে 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ 63 নং চাপাগুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে ৷ বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত ম’হখুলী গাঁৱত নিৰ্বাচনী সভাত উপস্থিত থাকি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে নৱ শৰণীয়াই বিটিএডিত বিভেদৰ বাহিৰে বিগত 5 বছৰে একো কাম কৰি দেখুৱাব নোৱাৰিলে ৷

ইয়াৰোপৰি ইউ জি ব্ৰহ্মক সমালোচনা কৰি কয় যে ছাত্ৰ সংগঠনক ফুচুলাই বড়োলেণ্ড অনাৰ যি মিচা প্ৰতিশ্ৰুতি দিছে ৰাইজে পিচতহে বুজি পাব লগতে বিপিএফ দলে বিটিচিত ঐক্য,শান্তি আৰু প্ৰগতিৰ কাৰণে কাম কৰি আহিছে আৰু কৰি যাব বুলিও ভাষণত কয় ৷

Intro:কংগ্ৰেছ য়ে বিটিএডিত বড়ো- অবড়ো ৰ ভাগ কৰিছেঃঃ হিতেশ বসুমতাৰীBody:বিটিএডিত বড়ো অবড়োৰ সৃষ্টি কৰিছে কংগ্ৰেছেঃ হিতেশ বসুমতাৰী
বৰমা, ১৩ এপ্ৰিলঃ

বিটিচি গঠনৰ পূৰ্বে এই অঞ্চলৰ যাতায়ত ব্যৱস্থা বহু পিছপৰা আছিল ৷ বিটিচি গঠনৰ পিছত যাতায়ত ব্যৱস্থাৰ লগতে গাওঁ সমুহৰ আন্তগাঠনি বহু উন্নত হৈছে ৷ একাংশ লোকে ৰাজনৈতিক ক্ষমতাৰ লোভত ইয়াত থকা ৰাইজক বিপথে পৰিচালনা কৰি আহিছে আৰু এই ক্ষেত্ৰত কংগ্ৰেছ দলে বিশেষ ভুমিকা লৈছে ৷ কংগ্ৰেছ দলৰ প্ৰৰোচনাতেই বিটিএডিত একতাৰ বান্ধনেৰে মিলা প্ৰীতিৰে থকা ৰাইজক বিভেদৰ বীজ সিচি বড়ো - অবড়োৰ সৃষ্টি কৰিলে বুলি বক্তব্য আগ বঢ়ায় ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি, এজিপি আৰু বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে ৷ আজি বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত মহখুলী গাৱঁত নিৰ্বাচনী সভাত উপস্থিত থাকি প্ৰাক্তন বিধায়ক গৰাকীয়ে আকৌ কয় যে নৱ শৰণীয়াই বিটিএডিত বিভেদৰ বাহিৰে যোৱা পাচ বছৰে একো কাম কৰি দেখুৱাব নোৱাৰিলে বুলি কয় ৷
ইউজিব্ৰহ্মক সমালোচনা কৰি কয় যে ছাত্ৰ সংগঠনক ফুচুলাই বডোলেণ্ড অনাৰ যি মিচা প্ৰতিশ্ৰুতি দিছে ৰাইজে পিছত বুজি পাব ৷
বিপিএফ দলে বিটিচিত ঐক্য,শান্তি আৰু প্ৰগতিৰ কাৰণে কাম কৰি আহিছে ৷ বিটিচি উন্নয়নেই বিপিএফ দলৰ মুল লক্ষ বুলিও হিতেশ বসুমতাৰীয়ে ভাষণত কয় ৷ বৰমা প্ৰাইমাৰী বিপিএফ দলৰ সম্পাদক হিতেশ কলিতাই
সঞ্চালনা কৰা নিৰ্বাচনী সভাত ভাষণ ৰাখে বিষ্ণু বসুমতাৰীৰ লগতে দলীয় কৰ্মীয়ে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:চাপাগুৰী সমষ্টিৰ বিধায়কৰ ভাষণ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.