বাক্সা, 14 মেঃ বাক্সাৰ বৰিমাখাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় আঞ্চলিক ৰঙালী বিহু। বিভিন্ন জাতি জনজাতিয়ে বসবাস কৰা বৰিমাখাৰ এই বিহুতলীত বিভিন্ন ধৰণৰ খেল ধেমালিৰ আযোজন কৰাৰ উপৰিও মহিলাসকলৰ উত্তৰণৰ উদ্দেশ্যে মহিলাসকলৰ মাজত ৰচী-টনা,কাবাডী, সংগীত চকীৰ উপৰিও বিলুপ্তিৰ পথত থকা পৰম্পৰাগত মৎস্য চিকাৰ খেল অনুষ্ঠিত কৰে। বিভিন্ন জাতি জনজাতিৰ মহিলাই মৰা পাগলদিয়াৰ বুকুত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই।
বাক্সাৰ ৰঙালী বিহুত মহিলাৰ মৎস্য চিকাৰ প্ৰতিযোগিতা - baksa
বিভিন্ন জাতি জনজাতিৰ মহিলাই মৰা পাগলদিয়াৰ বুকুত মৎস্য চিকাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই
![বাক্সাৰ ৰঙালী বিহুত মহিলাৰ মৎস্য চিকাৰ প্ৰতিযোগিতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3277022-thumbnail-3x2-tywe.jpg?imwidth=3840)
বাক্সাৰ ৰঙালী বিহুত মহিলাৰ মৎস্য চিকাৰ প্ৰতিযোগিতা
বাক্সা, 14 মেঃ বাক্সাৰ বৰিমাখাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় আঞ্চলিক ৰঙালী বিহু। বিভিন্ন জাতি জনজাতিয়ে বসবাস কৰা বৰিমাখাৰ এই বিহুতলীত বিভিন্ন ধৰণৰ খেল ধেমালিৰ আযোজন কৰাৰ উপৰিও মহিলাসকলৰ উত্তৰণৰ উদ্দেশ্যে মহিলাসকলৰ মাজত ৰচী-টনা,কাবাডী, সংগীত চকীৰ উপৰিও বিলুপ্তিৰ পথত থকা পৰম্পৰাগত মৎস্য চিকাৰ খেল অনুষ্ঠিত কৰে। বিভিন্ন জাতি জনজাতিৰ মহিলাই মৰা পাগলদিয়াৰ বুকুত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই।
বাক্সাৰ ৰঙালী বিহুত মহিলাৰ মৎস্য চিকাৰ প্ৰতিযোগিতা
বাক্সাৰ ৰঙালী বিহুত মহিলাৰ মৎস্য চিকাৰ প্ৰতিযোগিতা
Intro:বাক্সাৰ বৰিমাখাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে আঞ্চলিক ৰঙালী বিহু । বিভিন্ন জাতি জনজাতিয়ে বসবাস কৰা বৰিমাখাৰ এই বিহুতলীত ভাষা নিৰ্বিশেষে ৰং বুটলিবলৈ ওলাই আহিছে ।Body:এই বিহু সন্মিলন উপলক্ষে বিভিন্ন ধৰনৰ খেল ধেমালি আযোজন কৰাৰ উপৰিও মহিলা সকলৰ উত্তৰনৰ উদ্দেশ্যে মহিলা সকলৰ মাজত ৰচি-টনা, কাবাডী, সংগীত চকীৰ উপৰিও বিলুপ্তিৰ পথত থকা পৰম্পৰাগত মৎস্য চিকাৰ খেল অনুস্হিত কৰে। এই মৎস চিকাৰ প্ৰতিযোগীতাত প্ৰায় ৩৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহন কৰে । বিভিন্ন জাতি জনজাতিৰ মহিলাই মৰা পাগলদিয়াৰ বুকুত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াবলৈ সক্ষম হৈছে।সচাকে বহাগ মানে যেন উন্মাদ যৌবন।তাৰেই প্ৰমান কৰিলে বৰিমাখা অঞ্চলৰ মহিলা সকলে।মৎস্য চিকাৰ প্ৰতিযোগীতা শেষ হোৱাৰ পিচত মহিলা সকলে নাচি বাগি আত্মহাৰা হয়।Conclusion:বাইট
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।