ETV Bharat / state

এবছুৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ ৪৬ সংখ্যক অধিৱেশনৰ সফল সামৰণি - নিখিল বড়ো ছাত্ৰ সন্থা

কুমাৰীকাটা আঞ্চলিক সমিতিৰ ৪৬ সংখ্যক অধিৱেশনৰ আজি সফল সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দ্বীপেন বড়ো ৷

এবছুৰ কুমাৰীকাটা আঞ্চলিক সমিতি
এবছুৰ কুমাৰীকাটা আঞ্চলিক সমিতি
author img

By

Published : Jan 31, 2020, 2:43 AM IST

বাক্সা, 30 জানুৱাৰীঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত লতিবাৰী-পাক্ৰিবাৰীত দুদিনীয়া কাৰ্য্যসুচীৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ, কুমাৰীকাটা আঞ্চলিক সমিতিৰ ৪৬ সংখ্যক অধিৱেশনৰ আজি সফল সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্ধোধন কৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক ৰাফেল দৈমাৰীয়ে ৷ আঞ্চলিক সমিতিৰ সভাপতি উপেন নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনৰ মূখ্য অতিথি হিচাপে উপস্থিত থাকে এবছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দ্বীপেন বড়ো ৷ লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে চেল টেক্সৰ পৰিদৰ্শক বীৰবল ব্ৰহ্মৰ লগতে বিভিন্ন সংগঠনৰ একাংশ নেতা ৷

এবছুৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ ৪৬ সংখ্যক অধিৱেশনৰ সফল সামৰণি

লগতে পঢ়ক ঃ বিভিন্ন কাৰ্যসূচীৰে দৰঙত মহাত্মা গান্ধীৰ মৃত্যু দিৱস উদযাপন

Intro:বাক্সাৰ লতিবাৰী-পাক্ৰিবাৰীত কুমাৰীকাটা আঞ্চলিক সমিতি এবছুৰ ৪৬ সংখ্যক অধিৱেশন সম্পন্ন ।Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত লতিবাৰী-পাক্ৰিবাৰীত দুদিনীয়া কাৰ্য্যসুচীৰে নিখিল বড়ো ছাত্ৰ সন্থা কুমাৰীকাটা আঞ্চলিক সমিতিৰ ৪৬ সংখ্যক অধিৱেশন সম্পন্ন হয়। ২৯ জানুৱাৰীৰ দিনা বিভিন্ন কাৰ্য্যসুচী হয়। আৰু আজিৰ কাৰ্য্যসুচী মতে ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন কৰে আঞ্চলিক সমিতিৰ সভাপতি উপেন নাৰ্জাৰীয়ে। ৰাতিপুৱা ৮,৩০ বজাত ম্মৃতি তৰ্পণ কৰে আঞ্চলিক সমিতিৰ উপদেষ্টা পুৰ্ণ কুমাৰ বড়োয়ে। দিনৰ ১২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। সভা উদ্ধোধন কৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক ৰাফেল দৈমাৰীয়ে কৰে আৰু আঞ্চলিক সমিতিৰ সভাপতি উপেন নাৰ্জাৰীৰ সভাপতিত্বত হোৱা মুকলি সভাত মুখ্য অতিথিৰ ৰুপে উপস্থিত থাকি এবছু কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দ্বীপেন বড়োয়ে কয় আমি সকলো জনগোষ্ঠী ইয়াত মিলি থাকিব লাগিব। আমি একেলগে শান্তিৰে বাস কৰিব লাগিব।Conclusion:যদি বিটিআৰত থাকিব নিবিচাৰে তেতিয়াহলে নিজে গাওঁ কৰ্তন কৰি থাকিব পাৰে এই সুবিধা আমি কৰি দিছো। আমি সকলো জনগোষ্ঠী একেলগে থাকি উন্নয়নৰ গতি আগবঢ়াই লব লাগিব।
এই সভাত আমন্ত্ৰিত অতিথি ৰুপে উপস্থিত থাকে চেল টেক্সৰ ইন্সপেক্টৰ বীৰবল ব্ৰহ্মৰ লগতে বিভিন্ন সংগঠনৰ নেতা উপস্থিত থাকে।

ভাষ্য : দ্বীপেন বড়ো উপ সভাপতি এবছু
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.