নিউজডেস্ক,28আগষ্টঃ ১৯৪৯ চনৰ ২৮ আগষ্টৰ দিনটোতে ভাৰতৰ লগত চামিল হৈছিল কোচ সকলৰ কমতাপুৰ ৰাজ্য। কিন্তু ভাৰত চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰি কোচ ৰাজ্য ভাৰত বৰ্ষৰ লগত চামিল কৰিছিল সেই প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কৰিছে আক্ৰাছুৱে । সেয়েহে এই চুক্তি স্বাক্ষৰ কৰা দিনটোতে ওদালগুৰি, বাক্সা আৰু কোকৰাঝাৰত প্ৰতাৰণা দিৱস পালন কৰে সংগঠনটোৱে ৷ চাওক এক প্ৰতিবেদনঃ
ৰাজ্যজুৰি আক্ৰাছুৰ প্ৰতাৰণা দিৱস - জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ
ভাৰত চৰকাৰৰ বিৰুদ্ধে ওদালগুৰি, বাক্সা আৰু কোকৰাঝাৰত প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ ৷ বুধবাৰে ২৮ আগষ্টৰ দিনটোতে ভাৰতৰ লগত চামিল হোৱা কোচ সকলৰ কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷
![ৰাজ্যজুৰি আক্ৰাছুৰ প্ৰতাৰণা দিৱস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4268098-thumbnail-3x2-k.jpg?imwidth=3840)
২৮ আগষ্টৰ দিনটোত প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ
নিউজডেস্ক,28আগষ্টঃ ১৯৪৯ চনৰ ২৮ আগষ্টৰ দিনটোতে ভাৰতৰ লগত চামিল হৈছিল কোচ সকলৰ কমতাপুৰ ৰাজ্য। কিন্তু ভাৰত চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰি কোচ ৰাজ্য ভাৰত বৰ্ষৰ লগত চামিল কৰিছিল সেই প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কৰিছে আক্ৰাছুৱে । সেয়েহে এই চুক্তি স্বাক্ষৰ কৰা দিনটোতে ওদালগুৰি, বাক্সা আৰু কোকৰাঝাৰত প্ৰতাৰণা দিৱস পালন কৰে সংগঠনটোৱে ৷ চাওক এক প্ৰতিবেদনঃ
২৮ আগষ্টৰ দিনটোত প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ
২৮ আগষ্টৰ দিনটোত প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ
Intro:বাক্সাৰ কুমাৰীকাটাত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন ।
Body:বাক্সা জিলাৰ আক্ৰাছুৰ কুমাৰীকাটা আৰুনাগ্ৰীজুলি আঞ্চলিক সমিতিৰ সহযোগত কুমাৰীকাটা বজাৰ খোলাত আজি আক্ৰাছুৰ এক প্ৰতাৰণা দিৱস পালন কৰে ।কুমাৰীকাটা অনুষ্ঠিত প্ৰতাৰণা দিৱস কাৰ্য্যসূচীত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মনে এই কলা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস পালন কৰে । ১৯৪৯ চনৰ আজিৰ দিনটোত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ গৃহমন্ত্ৰী চৰদাৰ বল্লভ ভাই পেটেল আৰু কোচ ৰজা নাৰায়ণ ভূপবাহাদুৰৰ মাজত হোৱা চুক্তিৰ অনুসৰি (গ)শ্ৰেণীৰ কমতাপুৰ ৰাজ্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই চুক্তি ৰূপায়ণ কৰা নহল । যাৰ ফলস্বৰূপে আজিৰ দিনটোত প্ৰতিবছৰে কোচ ৰাজবংশী ছাত্র সন্থাই পালন কৰি আহিছে প্ৰতাৰণা দিৱস ।
Conclusion:আজিৰ এই প্ৰতাৰণা দিৱসত আক্ৰাছুৰ কেন্দ্ৰীয় সা: সম্পাদক গকুল বৰ্মন উপস্থিত কলা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন কৰে । আজিৰ প্ৰতাৰণা দিৱসত বাক্সা জিলাৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে প্ৰায় দুই শতাধিক পুৰুষ মহিলাই উপস্থিত থাকে ।
ভাষ্য : গকুল বৰ্মণ
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।