ETV Bharat / state

বিটিচিত বনাঞ্চল আইন 2006 ৰ অধীনত ৪৯৯ জনক ভূমিপট্টা প্ৰদান - বিটিছি

ভূমিৰ পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত মন্ত্ৰী চন্দন ব্ৰহ্ম

ETV BHARAT
author img

By

Published : Mar 7, 2019, 6:59 PM IST

বাক্সা, ৭ মাৰ্চ: বৃহস্পতিবাৰে দিনৰ ১২ বজাত বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ নাগাপুৰত বিটিচি চৰকাৰ আৰু বন বিভাগৰ উদ্যোগত বনাঞ্চল আইন 2006 ৰ অধীনত অঞ্চলটোত বাস কৰা প্ৰায় ৪৯৯ গৰাকী লোকক বৃহস্পতিবাৰে ভূমিৰ পট্টা প্ৰদান কৰা হয় ।

বিটিচিত বনাঞ্চল আইন 2006 ৰ অধীনত ৪৯৯ জনক ভূমিপট্টা প্ৰদান

ভূমিৰ পট্টা প্ৰদান অনুষ্ঠানত মন্ত্ৰী চন্দন ব্ৰহ্ম, স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, ২৮ নং গোইবাৰীৰ সমষ্টিৰ ই এম দেবেন বড়ো, ২৮ নং দৰঙাজুলী সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীৰ লগতে উপস্থিত থাকে প্ৰায় দুই সহস্ৰাধিক ৰাইজ ।

অনুষ্ঠানত মন্ত্ৰী চন্দন ব্ৰহ্মই উল্লেখ কৰে, বনাঞ্চলত বসবাস কৰা লোকসকলক তেওঁলোকৰ প্ৰাপ্য অনুসৰি ভূমিৰ পট্টা প্ৰদান কৰা হয় । সমগ্ৰ বিটিচিতে ২০ হাজাৰতকৈ অধিক লোকক প্ৰদান কৰা হৈছে এই ভূমি পট্টা । আনহাতে, পৰৱৰ্তী পৰ্যায়তো লোকসকলক ভূমিৰ পাট্টা প্ৰদান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

বৃহস্পতিবাৰে দিনৰ ১২ বজাত বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ নাগাপুৰত বিটিচি চৰকাৰ আৰু বন বিভাগৰ উদ্যোগত forest land act 2006 ৰ আইনাৰ অধীনত অঞ্চলতোত বসবাস কৰা ৪৯৯ গৰাকী লোক আজি ভূমিৰ পাট্টা প্ৰদান কৰে। ভূমিৰ পাট্টা প্ৰদান অনুষ্ঠানত মন্ত্ৰী চন্দন ব্ৰহ্ম, স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী,২৮ নং গোইবাৰীৰ সমষ্টিৰ ই এম দেবেন বড়ো,২৮ নং দৰঙাজুলী সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী আৰু দুই সহস্ৰাধিক ৰাইজে উপস্থিত থাকে ।

মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভাষ্য:
জানিব দিয়া মতে forest land ত বসবাস কৰা লোক সকলৰ প্ৰাপ্য অনুসৰি আজি ভূমিৰ পাট্টা কৰা হয় । সমগ্র বিটিচিতে ২০ হাজাৰতকৈ অধিক লোকক এনেধৰণৰ ভূমি পাট্টা প্ৰদান কৰা হৈছে । আনহাতে পৰবৰ্তী পৰ্যায়তো এনেদৰে বসবাস কৰা লোক সকলক ভূমিৰ পাট্টা কৰি থাকিব বুলি জানিবলৈ দিয়ে ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.