ETV Bharat / state

গোৰেশ্বৰত মহিলাৰ কল্যাণৰ বাবে দাদীমংগল পূজা - নাৰী

নাৰীসকলৰ কুশল কামনাৰে দ্বিতীয় বাৰ্ষিক দাদীমংগল অনুষ্ঠান আয়োজন কৰা হৈছে ৷

গোৰেশ্বৰত মাৰোৱাৰী সমাজৰ মহিলাৰ কল্যাণৰ বাবে দাদীমংগল পূজা
author img

By

Published : Mar 17, 2019, 1:41 AM IST

গোৰেশ্বৰ, 17মাৰ্চ : বাক্সা জিলাৰ গোৰেশ্বৰত থকা হনুমান মন্দিৰত শনিবাৰে অনুষ্ঠিত হয় দাদীমংগল পূজা ৷ অঞ্চলটোত থকা মাৰোৱাৰী সমাজৰ নাৰীসকলৰ কুশল কামনাৰে দ্বিতীয় বাৰ্ষিক দাদীমংগল অনুষ্ঠানৰ আয়োজন কৰে ।

গোৰেশ্বৰত মাৰোৱাৰী সমাজৰ মহিলাৰ কল্যাণৰ বাবে দাদীমংগল পূজা
গোৰেশ্বৰ দাদীমংগল আয়োজক সমিতিয়ে পুৱাৰে পৰা পূজা অৰ্চনা আৰু নাৰী সমাজৰ কুশলৰ মংগলৰ বাবে গীতা পাঠ কৰা হয় ।
গধূলি আৰতীৰ পিছত অনুষ্ঠানৰ সামৰণি পৰাবুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে । উক্ত অনুষ্ঠানত গুৱাহাটী,মংগলদৈ,টংলা, সাৰুপেটিয়া, ৰঙিয়া, পাঠশালাৰ পৰা অগণন মহিলাই আহি অংশগ্ৰহণ কৰে ।

Intro:গোৰেশ্বৰত মাৰোৱাৰী সমাজৰ মহিলাৰ সকলৰ কল্যাণৰ বাবে দাদীমংগল অনুষ্ঠান।
,Body:বাক্সা জিলাৰ গোৰেশ্বৰত থকা হুনুমা মন্দিৰত অঞ্চলটোত থকা মাৰোৱাৰী সমাজৰ শনিবাৰৰ পূৱাৰে পৰা নাৰী সকলৰ কুশল কামনাৰে দ্বিতীয় বাৰ্ষিক দাদীমংগল অনুষ্ঠানৰ আয়োজন কৰে । গোৰেশ্বৰ দাদীমংগল আয়োজক সমিতিয়ে পুৱাৰে পৰা পূজা অৰ্চনাৰে কাৰ্য্যসূচীৰ আৰম্ভণী কৰে পিচতে নাৰী সমাজৰ কুশলৰ মংগলৰ বাবে গীতা পাঠ কৰা হয়।
Conclusion:আনহাতে গধূলি আৰতীৰ পিছত অনুষ্ঠানৰ সামৰণি পৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে । উক্ত
অনুষ্ঠানত গুৱাহাটী,মংগলদৈ,টংলা, সাৰুপেটিয়া, ৰঙিয়া, পাঠশালাৰ পৰা অগণন মহিলাই আহি অংশগ্ৰহণ কৰে ।

বাইট : উৎদযাপন সমিতিৰ সভাপতি ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.