ETV Bharat / state

বাক্সাৰ ভাৰত-ভূটান সীমান্তত ভক্তিৰসৰ সমাহাৰ

সাদিনীয়া কাৰ্যসূচীৰে বাক্সাৰ ভাৰত-ভূটান সীমান্তত অনুষ্ঠিত হৈছে শ্ৰীমদ ভাগৱত মহাপুৰাণ ৷ এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন ঘটিছে ৷

author img

By

Published : Mar 16, 2019, 5:08 AM IST

ভক্তিৰসত মগ্ধ শশীপুৰ অঞ্চল

বাক্সা, 16 মাৰ্চঃ হৰিনামৰধ্বনিৰে মুখৰিত হৈ পৰিছে বাক্সাৰ ভাৰত-ভূটান সীমান্তৰশশীপুৰ অঞ্চল ৷ ১৪ মাৰ্চৰ পৰা বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলা শশীপুৰৰ শিৱ মন্দিৰত সাত দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমদ ভাগৱত মহাপুৰাণ ৷

ভক্তিৰসত মগ্ধ শশীপুৰ অঞ্চল
শ্ৰীমদ ভাগৱত মহাপুৰাণত বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমনঘটিছে ৷ শ্ৰীমদ ভাগৱত মহাপুৰাণ ভক্তিমূলক অনুষ্ঠানৰ প্ৰথম দিনা যাত্ৰাৰে শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ লগতে প্ৰতি দিনে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী আয়োজন কৰা হৈছে ৷

সাত দিনীয়া কাৰ্য্যসূচীৰে বাক্সাৰ ভাৰত ভূটান সীমান্তত অনুস্থিত  শ্ৰীমদ ভাগৱত মহাপুৰাণ

ৰাধে ৰাধে ধ্বনিৰে মুখৰিত হৈ পৰিছে শশীপুৰ অঞ্চল ৷ ১৪ মাৰ্চৰ পৰা বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ দৰঙামেলা শশীপুৰৰ শিৱ মন্দিৰত সাত দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমদ ভাগৱত মহাপুৰাণ ৷ উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰীমদ ভাগৱত মহাপুৰাণত বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আহমণ হোৱাৰ লগতে কুমাৰীকাটা, খৈৰাণী,সুৱণকাটাত,ভোলাঝাৰ,নিকাছী আদিৰ পৰা ভক্তৰ লানি নিছিঙা সোঁত বৈছে ৷ শ্ৰীমদ ভাগৱত মহাপুৰাণ ভক্তিমূলক অনুষ্ঠানখনৰ প্ৰথম দিনা যাত্ৰাৰে শুভাৰম্ভ কৰা হয় আৰু দ্বিতীয় দিনা কথা প্ৰৱচনৰ কাৰ্যসূচী ৰখা হয় ৷ 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.