ETV Bharat / sports

ইউএছ অ'পেন : শীৰ্ষ স্থানৰ নাওমি অ'ছাকা বাহিৰ - এনেট ক'ন্টাভেইট

ডিফেণ্ডিং চেম্পিয়ন আৰু বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ নাওমি অ'ছাকাই সোমবাৰে ইউএছ অ'পেনৰ পৰা বাহিৰ হৈছে ৷ চতুৰ্থ ৰাউণ্ডৰ মেচত অ'ছাকা বেলিণ্ডা বেনকিকৰ হাতত 5-7, 4-6 ছেটত পৰাস্ত হয় ৷

ইউএছ অ'পেন : শীৰ্ষ স্থানৰ নাওমি অ'ছাকা বাহিৰ
author img

By

Published : Sep 3, 2019, 1:24 PM IST

স্পৰ্টছ ডেস্ক, 3 ছেপ্তেম্বৰ : ডিফেণ্ডিং চেম্পিয়ন আৰু বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ নাওমি অ'ছাকাই সোমবাৰে ইউএছ অ'পেনৰ পৰা বাহিৰ হৈছে ৷ চতুৰ্থ ৰাউণ্ডৰ মেচত অ'ছাকা বেলিণ্ডা বেনকিকৰ হাতত 5-7, 4-6 ছেটত পৰাস্ত হয় ৷ প্ৰথম ছেটত দুয়োগৰাকী খেলুৱৈয়ে তুমুল যুঁজ দিবলৈ সক্ষম হৈছিল যদিও অন্তিম সময়ত বেনকিকে 7-5 ত ছেট দখল কৰে ৷ বিশ্ব ৰেংকিঙৰ দ্বাদশ স্থানৰ বিনকিকে দ্বিতীয় ৰাউণ্ডতো সুন্দৰ প্ৰদৰ্শন আগবঢ়াই 6-4 ত ছেট দখল কৰে ৷

বেলিণ্ডা বেনকিকৰ হাতত 5-7, 4-6 ছেটত পৰাস্ত
ইউএছ অ'পেন : শীৰ্ষ স্থানৰ নাওমি অ'ছাকা বাহিৰ

ইয়াৰ পূৰ্বে তৃতীয় ৰাউণ্ডতে আঘাতৰ বাবে এনেট ক'ন্টাভেইটে নাম প্ৰত্যাহাৰ কৰাৰ বাবে ছুইজাৰলেণ্ডৰ টেনিছ তাৰকা বেনকিকে চতুৰ্থ ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰিছিল ৷ আনহাতে, অ'ছাকাই তৃতীয় ৰাউণ্ডত ক'ৰি গৌফক পৰাস্ত কৰিছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.