ETV Bharat / sports

তিনি খেলুৱৈক অৰ্জুন সন্মানৰ বাবে অনুমোদন টিএফএফআইৰ

২০১৯ চনৰ অৰ্জুন সন্মানৰ বাবে তিনিগৰাকীকৈ খেলুৱৈৰ নাম অনুমোদন জনাইছে ভাৰতীয় টেবুল টেনিছ ফেডাৰেছনে । এই তালিকাত থকা তিনিগৰাকী খেলুৱৈ হৈছে হৰমিত দেশাই, চানীল ছেট্টী আৰু মাধুৰিকা পাটকাৰ ।

THE TABLE TENNIS FEDERATION OF INDIA
author img

By

Published : Apr 28, 2019, 10:48 PM IST

নিউজ ডেস্ক, ২৮ এপ্ৰিল: ভাৰতীয় টেবুল টেনিছ ফেডাৰেছনে এই বছৰৰ অৰ্জুন সন্মানৰ বাবে তিনিগৰাকীকৈ খেলুৱৈৰ নাম অনুমোদন জনাইছে । এই তিনিগৰাকী টেনিছ খেলুৱৈৰ ভিতৰত আছে পুৰুষৰ হৰমিত দেশাই আৰু চানীল ছেট্টী । একমাত্ৰ মহিলা টেনিছ খেলুৱৈ হিচাপে মাধুৰিকা পাটকাৰেও লাভ কৰিছে এই সন্মানৰ বাবে টিএফএফআইৰ অনুমোদন ।

ETV BHARAT
MADHURIKA PATKAR

উল্লেখ্য যে, অৰ্জুন সন্মান হৈছে যুৱ কাৰ্য্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ দ্বাৰা এথলীট সকলৰ সাফল্যক স্বীকৃতি দিয়াৰ প্ৰয়াসেৰে প্ৰদান কৰা এক সন্মান ।

ETV BHARAT
HARMEET DESAI

যোৱা বছৰ অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত হৰমিত দেশাইয়ে তেওঁৰ সংগী জি. ছাথিয়ানৰ সৈতে পুৰুষৰ যুটীয়া শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ উপৰিও চানীল ছেট্টীয়ে কমনৱেলথতে পুৰুষৰ যুটীয়া শাখাত ব্ৰঞ্জ পদক দখল কৰিছিল ।

ETV BHARAT
SANIL SHETTY

TFFI RECOMMENDS THREE PLAYERS FOR ARJUNA AWARD

তিনি খেলুৱৈক অৰ্জুন সন্মানৰ বাবে অনুমোদন টিএফএফআইৰ

নিউজ ডেস্ক, ২৮ এপ্ৰিল: ভাৰতীয় টেবুল টেনিছ ফেডাৰেছনে এই বছৰৰ অৰ্জুন সন্মানৰ বাবে তিনিগৰাকীকৈ খেলুৱৈৰ নাম অনুমোদন জনাইছে । এই তিনিগৰাকী টেনিছ খেলুৱৈৰ ভিতৰত আছে পুৰুষৰ হৰমিত দেশাই আৰু চানীল ছেট্টী । একমাত্ৰ মহিলা টেনিছ খেলুৱৈ হিচাপে মাধুৰিকা পাটকাৰেও লাভ কৰিছে এই সন্মানৰ বাবে টিএফএফআইৰ অনুমোদন । 

উল্লেখ্য যে, অৰ্জুন সন্মান হৈছে যুৱ কাৰ্য্যক্ৰম আৰু খেল মন্ত্ৰনালয়ৰ দ্বাৰা এথলীট সকলৰ সাফল্যক স্বীকৃতি দিয়াৰ প্ৰয়াসেৰে প্ৰদান কৰা এক সন্মান । যোৱা বছৰ অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত হৰমিত দেশাইয়ে তেওঁৰ সংগী জি. ছাথিয়ানৰ সৈতে পুৰুষৰ যুটীয়া শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ উপৰি চানীল ছেট্টীয়ে কমনৱেলথতে পুৰুষৰ যুটীয়া শাখাত ব্ৰঞ্জ পদক দখল কৰিছিল । 
Capture_ZGLsUje.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.