ETV Bharat / sports

শ্ৰীলংকাত বোমা বিস্ফোৰণ: ক্ৰীড়া পৰিয়ালৰ গৰিহণা - ETV BHARAT

শ্ৰীলংকাত সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণক কঠোৰ ভাষাৰে গৰিহণা জনাইছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াবিদসকলে ৷ ক্ৰিকেটৰ পৰা আদি কৰি টেনিছ জগতৰ মহান খেলুৱৈসকলে সমবেদনা জনাইছে এই আক্ৰমণত মৃতকৰ পৰিয়াললৈ ৷

SRI LANKA BOMB BLASTS
author img

By

Published : Apr 21, 2019, 6:27 PM IST

নিউজ ডেস্ক, 21 এপ্ৰিল: শ্ৰীলংকাত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণক গৰিহণা জনাইছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়া পৰিয়ালে ৷ এই ভয়ংকৰ আক্ৰমণক পাশৱিকতাৰ চৰম নিদৰ্শন বুলি উল্লেখ কৰাৰ লগতে এই মৰ্মান্তিক ঘটনাৰ বাবে সমবেদনা জ্ঞাপন কৰে সকলোৱে ৷ 400 তকৈও অধিক লোক এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱাৰ লগতে 137 জন লোকৰ বৰ্তমানলৈকে মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে ৷ দেওবাৰে শ্ৰীলংকাৰ 3 টা গীৰ্জা আৰু 3 খনকৈ হোটেলত এই আক্ৰমণ সংঘটিত হয় ৷

বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াক্ষেত্ৰৰ লোকসকলে এই আক্ৰমণক টুইটাৰৰ জৰিয়তে ধিক্কাৰ জনায় ৷ এইসকলৰ ভিতৰত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে কয় যে, এই বাতৰি লাভ কৰি তেওঁ সচাঁকৈয়ে আচৰিত হৈছে আৰু আক্ৰমণত হতাহত হোৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ৷

ETV BHARAT
VIRAT KOHLI'S TWEET

লিটল মাষ্টাৰ শচীন টেণ্ডুলকাৰে টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, শ্ৰীলংকাৰ বিভিন্ন স্থানত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক লৈ তেওঁ দুখিত, এনে সন্ত্ৰাসক তেওঁ কঠোৰ ভাষাৰে গৰিহণা জনায় আৰু হিংসা, ঈৰ্ষাৰ সলনি প্ৰেম, দয়া আৰু সহানুভূতি বিয়পাবলৈ সকলোকে আহ্বান জনায় ৷

ETV BHARAT
SACHIN TENDULKAR'S TWEET

ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনে কয় য়ে, বিশ্বৰ সবাতোকৈ ধুনীয়া ৰাষ্ট্ৰখনৰ বৰ্তমানৰ পৰিস্থিতি লৈ তেওঁ সচাঁকৈ দুখিত ৷ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই টুইটাৰৰ জৰিয়তে দুখ প্ৰকাশ কৰি কয় যে, সকলোকে যেন ভগৱানে সহায় কৰে ৷

SRI LANKA BOMB BLASTS: SPORTS FRATERNITY CONDEMNS    

শ্ৰীলংকা বোমা বিস্ফোৰণ: ক্ৰীড়া পৰিয়ালৰ গৰিহণা

নিউজ ডেস্ক, 21 এপ্ৰিল: শ্ৰীলংকাত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণক গৰিহণা জনাইছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়া পৰিয়ালে ৷ এই ভয়ংকৰ আক্ৰমণক পাশৱিকতাৰ চৰম নিদৰ্শন বুলি উল্লেখ কৰাৰ লগতে এই মৰ্মান্তিক ঘটনাৰ বাবে সমবেদনা জ্ঞাপন কৰে সকলোৱে ৷ 400 তকৈও অধিক লোক এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱাৰ লগতে 137 জন লোকৰ বৰ্তমানলৈকে মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে ৷ দেওবাৰে শ্ৰীলংকাৰ 3 টা গীৰ্জা আৰু 3 খনকৈ হোটেলত এই আক্ৰমণ সংঘটিত হয় ৷ 

বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াক্ষেত্ৰৰ লোকসকলে এই আক্ৰমণক টুইটাৰৰ জৰিয়তে ধিক্কাৰ জনায় ৷ এইসকলৰ ভিতৰত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে কয় যে, এই বাতৰি লাভ কৰি তেওঁ সচাঁকৈয়ে আচৰিত হৈছে আৰু আক্ৰমণত হতাহত হোৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ৷ লিটল মাষ্টাৰ শচীন টেণ্ডুলকাৰে টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, শ্ৰীলংকাৰ বিভিন্ন স্থানত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক লৈ তেওঁ দুখিত, এনে সন্ত্ৰাসক তেওঁ কঠোৰ ভাষাৰে গৰিহণা জনায় আৰু হিংসা, ঈৰ্ষাৰ সলনি প্ৰেম, দয়া আৰু সহানুভূতি বিয়পাবলৈ সকলোকে আহ্বান জনায় ৷ ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনে কয় য়ে, বিশ্বৰ সবাতোকৈ ধুনীয়া ৰাষ্ট্ৰখনৰ বৰ্তমানৰ পৰিস্থিতি লৈ তেওঁ সচাঁকৈ দুখিত ৷ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই টুইটাৰৰ জৰিয়তে দুখ প্ৰকাশ কৰি কয়  যে, সকলোকে যেন ভগৱানে সহায় কৰে ৷ 
bsjgokghk.jpg
tyrjiiukiy.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.