ETV Bharat / sports

ডুবাই অ'পেনৰ প্ৰী-কোৱাৰ্টাৰত ছানিয়া-গাৰ্ছিয়া

author img

By

Published : Feb 19, 2020, 3:19 PM IST

ফ্ৰান্স আৰু শ্ল'ভেনিয়াৰ প্ৰতিদ্বন্দী খেলুৱৈক পৰাস্ত কৰি ডুবাই অ'পেনৰ প্ৰী-কোৱাৰ্টাৰত প্ৰৱেশ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ লগতে তেওঁৰ সহযোগী কেৰ'লিন গাৰ্ছিয়াৰ ৷

Sania and Caroline, dubai open , ডুবাই অ'পেনৰ প্ৰী-কোৱাৰ্টাৰত ছানিয়া-গাৰ্ছিয়া
ডুবাই অ'পেনৰ প্ৰী-কোৱাৰ্টাৰত ছানিয়া-গাৰ্ছিয়া

স্পৰ্টছ ডেস্ক, 19 ফেব্ৰুৱাৰীঃ ছানিয়া মিৰ্জাৰ অনুৰাগীলৈ সুঃখবৰ ৷ ফ্ৰান্সৰ অল্লা কুদ্ৰীয়াভটছেৱা (Alla Kudryavtseva) আৰু শ্ল'ভেনিয়াৰ কেটৰিণা শ্ৰেবটনিক (Katarina Srebotnik) ক পৰাস্ত কৰি ডুবাই অ'পেনৰ প্ৰী-কোৱাৰ্টাৰত প্ৰৱেশ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ লগতে তেওঁৰ সহযোগী খেলুৱৈ কেৰ'লিন গাৰ্ছিয়াৰ ৷

পেনঃছানিয়া
ডুবাই অ'পেনঃছানিয়া-গাৰ্ছিয়াৰ মেচ

সংঘৰ্ষপূৰ্ণ মহিলাৰ ডাব্লছ খেলখনত ছানিয়া আৰু গাৰ্ছিয়াৰ যুটীটোৱে 6-4, 4-6, 10-8 ছেটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ এই জয়ৰ পাচতেই পৰৱৰ্তী মেচ চীনৰ ঝাংগ চাইচাই আৰু চেক গণৰাজ্যৰ বাৰবোৰা ক্ৰেছীকোভাৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ছানিয়া আৰু গাৰ্ছিয়া ৷

undefined
ট্ৰফীৰ সৈতে কেন উলিয়ামচন আৰু বিৰাট কোহলি

লগতে চাওক-ৱালিংটনত টেষ্ট ট্ৰফীৰ সৈতে বিৰাট-উলিয়ামচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.