স্পৰ্টছ ডেস্ক, 15 মে': আমেৰিকাৰ মহিলা টেনিছ খেলুৱৈ নিক'ল গিবছে সোমবাৰে ঘোষণা কৰে যে, তেওঁ এক কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে ফ্ৰেন্স অ'পেনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 26 বৰ্ষীয় বিশ্বৰ 116 সংখ্যক টেনিছ খেলুৱৈ গৰাকীয়ে টুইটাৰৰ জৰিয়তে এই কথা জনোৱাৰ উপৰি শুকুৰবাৰৰ পৰা তেওঁৰ অস্ত্ৰোপচাৰ আৰম্ভ হ'ব বুলি মন্তব্য কৰে।
কৰ্কট ৰোগত আক্ৰান্ত নিক'ল গিবছ: ফ্ৰেন্স অ'পেনৰ পৰা নাম প্ৰত্যাহাৰ - ETV BHARAT
26 বৰ্ষীয় আমেৰিকাৰ মহিলা টেনিছ খেলুৱৈ নিক'ল গিবছ আক্ৰান্ত হৈছে কৰ্কট ৰোগত । ইয়াৰ ফলত ফ্ৰেন্স অ'পেনৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে খেলুৱৈগৰাকীয়ে ।
নিক'ল গিবছ
স্পৰ্টছ ডেস্ক, 15 মে': আমেৰিকাৰ মহিলা টেনিছ খেলুৱৈ নিক'ল গিবছে সোমবাৰে ঘোষণা কৰে যে, তেওঁ এক কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে ফ্ৰেন্স অ'পেনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 26 বৰ্ষীয় বিশ্বৰ 116 সংখ্যক টেনিছ খেলুৱৈ গৰাকীয়ে টুইটাৰৰ জৰিয়তে এই কথা জনোৱাৰ উপৰি শুকুৰবাৰৰ পৰা তেওঁৰ অস্ত্ৰোপচাৰ আৰম্ভ হ'ব বুলি মন্তব্য কৰে।
NICOLE GIBBS PULLS OUT OF FRENCH OPEN AFTER CANCER DIAGNOSIS
কৰ্কট ৰোগত আক্ৰান্ত নিক'ল গিবছ : ফ্ৰেন্স অ'পেনত নেখেলাৰ সিদ্ধান্ত
স্পৰ্টছ ডেস্ক, 15 মে': আমেৰিকাৰ মহিলা টেনিছ খেলুৱৈ নিক'ল গিবছে সোমবাৰে ঘোষণা কৰে যে, তেওঁ এক জটিল কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে ফ্ৰেন্স অ'পেনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 26 বৰ্ষীয় বিশ্বৰ 116 সংখ্যক টেনিছ খেলুৱৈ গৰাকীয়ে টুইটাৰৰ জৰিয়তে এই কথা জনোৱাৰ উপৰি শুকুৰবাৰৰ পৰা তেওঁৰ অস্ত্ৰোপচাৰ আৰম্ভ হ'ব বুলি মন্তব্য কৰে ।
লগতে খেলুৱৈ গৰাকীয়ে তেওঁৰ অনুৰাগী সকলক জনাই যে, জুন মাহৰ শেষৰ ফালে উইম্বলডন কোৱালিফায়িঙৰ জৰিয়তে তেওঁ খেলপথাৰলৈ উভতিব ।