স্পৰ্টছ ডেস্ক, 15 মে': আমেৰিকাৰ মহিলা টেনিছ খেলুৱৈ নিক'ল গিবছে সোমবাৰে ঘোষণা কৰে যে, তেওঁ এক কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে ফ্ৰেন্স অ'পেনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 26 বৰ্ষীয় বিশ্বৰ 116 সংখ্যক টেনিছ খেলুৱৈ গৰাকীয়ে টুইটাৰৰ জৰিয়তে এই কথা জনোৱাৰ উপৰি শুকুৰবাৰৰ পৰা তেওঁৰ অস্ত্ৰোপচাৰ আৰম্ভ হ'ব বুলি মন্তব্য কৰে।
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3293097_2.jpg)