ETV Bharat / sports

মেড্ৰিড অ'পেনৰ পৰা বাহিৰ অ'ছাকা - নাওমী অ'ছাকা

মেড্ৰিড অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত অঘটন । ৩-৬, ৬-২, ৭-৫ ছেটৰ ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ল বিশ্বৰ ১ নম্বৰ মহিলা টেনিছ খেলুৱৈ নাওমী অ'ছাকা ।

মেড্ৰিড অ'পেনৰ পৰা বাহিৰ অ'ছাকা
author img

By

Published : May 10, 2019, 11:16 AM IST

স্পৰ্টছ ডেস্ক,১০ মে': বৃহস্পতিবাৰে মেড্ৰিড অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হয় নাওমী অ'ছাকা । এই পৰাজয়ৰে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ল জাপানৰ তাৰকা খেলুৱৈগৰাকী । বিশ্বৰ ১৮ নম্বৰ ৰেংকিঙত থকা ছুইজাৰলেণ্ডৰ বেলিণ্ডা বেনকিকৰ হাতত ৩-৬, ৬-২, ৭-৫ ছেটৰ ব্যৱধানত পৰাস্ত হয় নাওমী অ'ছাকা । ছেমিফাইনেলত ৰোমানিয়াৰ ছিমনা হালেপৰ বিৰুদ্ধে মুখামুখি হ'ব বেলিণ্ডা ।

ইপিনে পুৰুষৰ শাখাত বিশ্বৰ ১ নম্বৰ ৰেংকিঙত থকা ন'বাক জ'ক'ভিজৰ লগতে ছুইজাৰলেণ্ডৰ ৰ'জাৰ ফেডেৰৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.