ETV Bharat / sports

জুলাই মাহলৈ বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছৰ সকলো কাৰ্যকলাপ - বিশ্ব টেবুল টেনিছ সংস্থাৰ কাৰ্যবাহী সমিতিৰ বৈঠক

বিশ্ব টেবুল টেনিছ সংস্থাই শেহতীয়াকৈ COVID- ১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে জুলাই মাহলৈ কোনো ধৰণৰ কাৰ্য-কলাপ আৰম্ভ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শুকুৰবাৰে কাৰ্যবাহী সমিতিৰ বৈঠকৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ITTF extends suspension of activities till end of July

author img

By

Published : May 3, 2020, 9:25 AM IST

স্পৰ্টছ ডেস্ক, ৩ মে': COVID- ১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে শনিবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেচনৰ । জুলাই মাহলৈকে আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেচনৰ সকলো ধৰণৰ কাৰ্য-কলাপ, প্ৰতিযোগিতা আৰম্ভ নকৰাৰ সিদ্ধান্ত সংস্থাটোৰ । ইয়াৰ পূৰ্বতে আগষ্ট মাহত পুনৰ কাৰ্য পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেচনে ।

শুকুৰবাৰে বিশ্ব টেবুল টেনিছ সংস্থাৰ কাৰ্যবাহী সমিতিৰ বৈঠকৰ পাচতেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হয় ।

আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেচন
আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেচন

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেচনে মুঠ ৯ খনকৈ প্ৰতিযোগিতা বাতিল কৰিবলগীয়া হৈছে । ইয়াৰ ভিতৰত দুখন হৈছে ৱৰ্ল্ড ট্যুৰ ইভেন্ট । অষ্ট্ৰেলিয়া অ'পেন, চাউথ কোৰিয়া অ'পেনও ইতিমধ্যে বাতিল কৰা হৈছে । শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে জুলাই মাহলৈ সকলো ক্ৰীড়া কাৰ্য কলাপ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.