ETV Bharat / sports

বৃদ্ধি হ'ল ফ্ৰেন্স অ'পেনৰ বঁটাৰ ধনৰ পৰিমাণ - Novak djokovic

ফ্ৰেন্স অ'পেনৰ পুৰস্কাৰৰ পৰিমাণ ৮ শতাংশ বৃদ্ধি কৰিব কৰ্তৃপক্ষই । ২৬ মেৰ পৰা অনুষ্ঠিত হ'ব ২০১৯ বৰ্ষৰ ফ্ৰেন্স অ'পেন ৷

২০১৯ বৰ্ষৰ ফ্ৰেন্স অ'পেনৰ প্ৰাইজ মানি বৃদ্ধি
author img

By

Published : Mar 22, 2019, 12:22 PM IST

স্পৰ্টছডেস্ক,২২মাৰ্চ: বৃহস্পতিবাৰে ফ্ৰেন্স অ'পেনৰ কৰ্তৃপক্ষই ২০১৯ বৰ্ষৰ সংস্কৰণৰ বাবে বঁটাৰ মাননি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে । এই বৰ্ষত ফ্ৰেন্স অ'পেনৰ পুৰস্কাৰৰ পৰিমাণ৮ শতাংশ বৃদ্ধি কৰিব কৰ্তৃপক্ষই । যাৰ ফলত পুৰুষ আৰু মহিলাৰ একক শাখাত বিজয়ীসকলে লাভ কৰিব ২.৩ মিলিয়ন ইউৰো । ইয়াৰ পূৰ্বে ২০১৮ বৰ্ষত এই ধনৰাশিৰ পৰিমাণআছিল ২.২ মিলিয়ন ইউৰো ।উল্লেখ্য যে এই বৰ্ষৰ ফ্ৰেন্স অ'পেন ২৬ মেৰ পৰা অনুষ্ঠিত হ'ব আৰু পুৰুষৰ ফাইনেল খেলখন ৯ জুনত সমাপ্ত পৰিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.