ETV Bharat / sports

ডুবাইত আই.টি.এফ. খিতাপ দখল কৰিলে ভাৰতৰ অংকিতা ৰাইনাই - একক খেলুৱৈৰ ৰেংকিঙ

2018 চনৰ এপ্ৰিল মাহত অংকিতাই একক খেলুৱৈৰ ৰেংকিঙত শীৰ্ষ 200 ত নিজৰ স্থান অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল ৷ শীৰ্ষ 200 ৰেংকিঙত নাম অন্তৰ্ভুক্ত কৰা অংকিতা আছিল ভাৰতৰ পঞ্চমগৰাকী খেলুৱৈ ৷

Ankita Raina wins doubles title at Al Habtoor Tennis Challenge
ডুবাইত আই.টি.এফ. খিতাপ দখল কৰিলে ভাৰতৰ অংকিতা ৰাইনাই
author img

By

Published : Dec 13, 2020, 7:34 PM IST

স্পৰ্টচ ডেস্ক, 13 ডিচেম্বৰ: ভাৰতৰ শীৰ্ষ একক আৰু দৈত টেনিছ খেলুৱৈ অংকিতা ৰাইনাই জৰ্জিয়াৰ কাতেৰিনে গৰ্গোডেজেৰ সৈতে আল হবটুৰ টেনিছ প্ৰতিযোগিতাত দৈত খিতাপ দফল কৰে ৷ তেওলোকে জাডোইনভ বোলসোভা আৰু এলিনা জুভানক পৰাস্ত কৰি এই খিতাপ লাভ কৰিবলৈ সক্ষম হয় ।

শনিবাৰে হাবুৰ গ্ৰেণ্ড বিচ ৰিজৰ্ট আৰু স্পাত ১০০,০00 ডলাৰ হাৰ্ড কৰ্ট ইভাণ্টৰ ফাইনেলত ৰাইনা আৰু গৰ্গোডেজে বলসোভা আৰু জুভানক ৬-৪, ৩-৬, ১০-৬ ব্যৱধানত পৰাস্ত কৰে।

ৰাইনাই টুৰ্ণামেন্টৰ অফিচিয়েল ৱেবচাইটৰ সুত্ৰক কয় যে, "এয়া এক অবাস্তৱিক সপ্তাহ । আমি দৈত ভাৱে প্ৰৱেশ কৰা অন্তিম খেলুৱৈ আছিলো আৰু ইয়াত আমি বিজয়ী ট্ৰফীৰ সৈতে আছো ৷ "

উল্লেখ্য যে, 2018 চনৰ এপ্ৰিল মাহত অংকিতাই একক খেলুৱৈৰ ৰেংকিঙত শীৰ্ষ 200 ত নিজৰ স্থান অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল ৷ শীৰ্ষ 200 ৰেংকিঙত নাম অন্তৰ্ভুক্ত কৰা অংকিতা আছিল ভাৰতৰ পঞ্চমগৰাকী খেলুৱৈ ৷

লগতে পঢ়ক: ভাৰতীয় দলত যোগ দিবলৈ সম্পূৰ্ণ সুস্থ ৰোহিত শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.