ETV Bharat / sports

ইউৰোপিয়ান অ’পেন: ফাইনেলত মুখামুখি হ’ব ৱাৱেৰিংকা আৰু মাৰে

ইউৰোপিয়ান অ’পেনৰ ফাইনেলত ষ্টান ৱাৱেৰিংকা আৰু এণ্ডি মাৰে ৷ সন্ধিয়া 7.30 বজাত অনুষ্ঠিত ফাইনেল মেচখন ৷

author img

By

Published : Oct 20, 2019, 9:25 PM IST

ইউৰোপিয়ান অ’পেন: ফাইনেলত মুখামুখি হ’ব ৱাৱেৰিংকা আৰু মাৰে

স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ: আজি ইউৰোপিয়ান অ’পেনৰ ফাইনেলত মুখামুখি হ’ব চুইটজাৰলেণ্ডৰ ষ্টান ৱাৱেৰিংকা আৰু আমেৰিকাৰ এণ্ডি মাৰে ৷ 2017 চনৰ পাচত প্ৰথমবাৰৰ বাবে এটিপি টুৰ্নামেণ্টৰ ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে মাৰেয়ে ৷

ইউৰোপিয়ান অ’পেন

মাৰেয়ে ছেমিফাইনেলত উগো হামবেৰ্টক 3-6, 7-5, 6-2 আৰু ৱাৱেৰিংকাই জানিক চিনেৰক 6-3, 6-2 ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.